আহক আমি গান্ধীজীৰ আদৰ্শ চাৰিওফালে বিয়পাই দিওঁ! আহ্বান ৰাজ্যৰ ৪৫৫ গৰাকী বিশিষ্ট ব্যক্তিৰ

ideas of Gandhi

গান্ধীজী আছিল স্বাধীনতা আন্দোলনৰ শীৰ্ষতম নেতা। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। কিন্তু, দেশ বিভাজনৰ পিছতহে আমি স্বাধীনতা লাভ কৰিছিলো। স্বাধীনতা উদযাপনৰ উৎসাহ, উদ্দীপনা দেশৰ বিভিন্ন অঞ্চলত বিয়পি পৰা সাম্প্ৰদায়িক হিংসাই ম্লান কৰি পেলাইছিল। সেই সংকট মুহূৰ্তত, স্বাধীনতা আন্দোলনৰ নেতৃবৃন্দই যেতিয়া দিল্লীত জাতীয় পতাকা উত্তোলন কৰি আছিল, গান্ধীজী ব্যস্ত আছিল ৰাজধানীৰ পৰা বহু আঁতৰত সাম্প্ৰদায়িক হিংসাৰ দাবানল নুমুওৱাত আৰু তাৰ দ্বাৰা পীড়িত সকলৰ মাজলৈ শান্তি আৰু সৌহাৰ্দ্যৰ ভাৱ ঘূৰাই অনাত।

হিন্দু-মুছলমানৰ মাজত ঐক্য আৰু সম্প্ৰীতি গঢ়াৰ চেষ্টা কৰা কাৰণেই উগ্ৰ হিন্দু সংগঠনৰ লগত প্ৰকাশ্যে সম্পৰ্ক থকা নাথুৰাম গডচেই ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনা দিল্লীৰ বিৰলা ভৱনত গান্ধীক গুলীয়াই হত্যা কৰিছিল। সমগ্ৰ দেশ, সমগ্ৰ বিশ্ব স্তম্ভিত হৈছিল। গভীৰ শোকত সকলো ম্ৰিয়মান হৈ পৰিছিল। কিন্তু, হঠাৎ সাম্প্ৰদায়িক সংঘৰ্ষ শাম কাটিছিল। নিজৰ প্ৰাণ আহুতি দি গান্ধীজীয়ে দেশলৈ শান্তি ঘূৰাই আনিছিল। তেতিয়াৰে পৰা প্ৰতি বছৰে ৩০ জানুৱাৰীৰ দিনটো ভাৰতত ছহিদ দিৱস হিচাপে পালন কৰি অহা হৈছে।

আমি উদ্বেগেৰে লক্ষ্য কৰিছো যে ২০১৪ চনত বিজেপি চৰকাৰে দেশৰ শাসনভাৰ লোৱাৰ পিছত অতি সুকৌশলেৰে তেওঁলোকে গান্ধীজী আৰু গান্ধীজীৰ মতাদৰ্শ অকামিলা কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। কিন্তু, আমি ভাবোঁ, দেশৰ বৰ্তমানৰ দুৰ্দশাৰ সময়ত গান্ধীজী আৰু গান্ধীজীৰ ভাৱাদৰ্শ আটাইতকৈ বেছি প্ৰাসংগিক হৈ পৰিছে। হিন্দু ধৰ্মৰ প্ৰতি গভীৰভাৱে অনুৰক্ত গান্ধীজী এজন অতি ধাৰ্মিক লোক আছিল। কিন্তু, তেওঁৰ কাৰণে ধৰ্মৰ মূলমন্ত্ৰ আছিল ন্যায়।তেওঁ সত্য, অহিংসা আৰু ন্যায়ৰ প্ৰশ্নত কেতিয়াও আপোচ কৰা নাছিল। আহক, বিভাজনৰ ৰাজনীতিয়ে এফালৰ পৰা সকলো গ্ৰাস কৰি অহাৰ সময়ত আমি ৩০ জানুৱাৰীৰ দিনা গান্ধীজীক স্মৰণ কৰি এই আদৰ্শ আৰু মূল্যবোধ সমূহ চাৰিওফালে বিয়পাই দিওঁ!

কুলদা কুমাৰ ভট্টাচাৰ্য্য, হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, হাইদৰ হুছেইন, অপূৰ্ব শৰ্মা, কুলেন্দু পাঠক, অজিত কুমাৰ ভূঞা, তপোধীৰ ভট্টাচাৰ্য, অৰূপ কুমাৰ দত্ত, দুলাল চন্দ্ৰ গোস্বামী, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, শেৱালি চৌধুৰী, জ্যোতিৰ্ময় চক্ৰৱৰ্তী, পৰমানন্দ মহন্ত, আবু নাছেৰ চৈঈদ আহমেদ, সন্ধ্যা গোস্বামী, প্ৰভাত বৰা, লোকনাথ গোস্বামী, উদয়াদিত্য ভৰালী, নিত্য বৰা, শান্তিকাম হাজৰিকা, মনোৰমা শৰ্মা, হাফিজ ৰছিদ আহমেদ চৌধুৰী, ধীৰেন্দ্ৰ নাথ শইকীয়া, তৌফিকুৰ ৰহমান বৰবৰা, আটোৱাৰ ৰহমান, চাইফুৰ ৰহমান শইকীয়া, শম্ভু চক্ৰৱৰ্তী, দিলোৱাৰ হুছেইন, লক্ষীনাথ তামুলী, অপূৰ্ব কুমাৰ বৰুৱা, দীনেশ বৈশ্য, প্ৰদীপ আচাৰ্য্য, আবচাৰ হাজৰিকা, পদ্মপাণি, ঐশ্বৰ্য্য কাকতি, নুৰুল ইছলাম চৌধুৰী, আইনুল হক, গৰ্গ তালুকদাৰ, আমৰান খণ্ডকাৰ, পূৰ্ণেশ্বৰ নাথ, বন্দিতা গোস্বামী শইকীয়া, যশোময়ী দেৱী, কল্যাণী বৰুৱা, অনুপমা দত্ত শইকীয়া, ৰাণী গোহাঁই, লোকেশ্বৰী দেৱী, তৰেন বড়ো, উদ্ধৱ কাকতি, অৰূপ বৰবৰা, কমল নাৰায়ণ চৌধুৰী, অজিত চন্দ্ৰ তালুকদাৰ, দেৱেন তামুলী, দেৱব্ৰত দাস, জ্ঞান পূজাৰী, ৰাজেন কলিতা, জীৱন দত্তবৰুৱা, কনক চন্দ্ৰ বৰুৱা, ভবেন বেজ, জ্ঞানেন বৰকাকতী, মনোজ বৰপূজাৰী, ৰাহুল দাসগুপ্ত, দ্বীপেন কাকতী, মুনীন বায়ন, হিমেন ভট্টাচাৰ্য, হেমন্ত দাস, মৃণাল কুমাৰ বৰ্মন, আলী হাইদৰ লস্কৰ, প্ৰভাত দাস পানিকা, কালীপ্ৰসাদ শৰ্মা, আব্দুল ৱাৰিছ চৌধুৰী, আব্দুৰ ৰহিম শ্বেইখ, চৈয়দ মুস্তাক হুছেইন, সীতানাথ লহকৰ, আব্দুল মান্নান, আব্দুল চাট্টাৰ চৌধুৰী, মহেন্দ্ৰ আহোম, ৰবীন দত্ত, ইন্দ্ৰাণী দত্ত, মাইনী মহন্ত, আব্দুল কৰিম চৌধুৰী, চেনিচম্পা মহন্ত, দীপক গোস্বামী, ঘনশ্যাম নাথ, নলীন বৰঠাকুৰ, ৰশ্মি গোস্বামী, শিবানন্দ কাকতি, দীপক কুমাৰ শৰ্মা, ইছফাকুৰ ৰহমান, এ এন নজমুল ইছলাম লস্কৰ, ইমৰাণ হুছেইন লস্কৰ, ৰুহুল আমিন চৌধুৰী, নুৰ মহম্মদ, পৱিত্ৰপ্ৰাণ গোস্বামী, পৰেশ মালাকাৰ, সমীৰ তাঁতী, পৰমানন্দ মজুমদাৰ, শংকৰ শইকীয়া, তপন কুমাৰ শৰ্মা, সোণকুমাৰ তালুকদাৰ, ভুবন বৰুৱা, জগদীশ গোস্বামী, কুমুদ ৰঞ্জন দাস, সপোনজ্যোতি ঠাকুৰ, অঞ্জলি ৰাজকুমাৰী, ভাস্কো ডি শইকীয়া, সমীন্দ্ৰ হুজুৰী, ভূপেন্দ্ৰ বৰকটকী, সূৰ্য্য দাস, কৌস্তুভমণি শইকীয়া, অপৰ্ণা শইকীয়া, ভৱ ডেকা, চামচুল বাৰিক, অৰূপ কুমাৰ গোস্বামী, বিপিন বৰা, দিলীপ কাকতি, দিলীপ ৰায়চৌধুৰী, দিলীপ শৰ্মা, ধীৰা তালুকদাৰ, প্ৰশান্ত কুমাৰ কলিতা, ফখৰুদ্দিন আহমেদ, কুমুদ বৰুৱা, মইনা গোস্বামী, দেৱকান্ত সন্দিকৈ, অঞ্জন গোস্বামী, সদা শৰ্মা, বীৰেন ডেকা, গুৰমাইল সিং, দিলীপ ভূঞা, ৰাণাপ্ৰসাদ হাজৰিকা, পংকজ কুমাৰ নাথ, অনিল ডেকা, প্ৰশান্ত দাস, ভগৱান বৰ্মন, মহেশ বৰ্মন, ধনঞ্জয় শৰ্মা, নজিবুদ্দিন আহমেদ, ৰাজু বৰুৱা, চিৰাজুদ্দিন আহমেদ, ইছফাকুল হুছেইন, মেহবুবুল হুছেইন, দিলীপ ফুকন, শান্তনু বৰঠাকুৰ, প্ৰণৱ শইকীয়া, মায়া শৰ্মা, দেৱানন্দ মেদক, অখিল ৰঞ্জন দত্ত, দ্বীপেন বেজবৰুৱা, কুলেশ শৰ্মা, প্ৰণৱজ্যোতি ডেকা, নীলিম কুমাৰ, সবিতা লহকৰ, সুমিত্ৰা হাজৰিকা, সুপৰ্ণা লাহিড়ী বৰুৱা, নীৰেন ঠাকুৰীয়া, অনিল কুমাৰ চৌধুৰী, ভবেশ ভাগৱতী, স্বামীম আখতাৰ, জেবিন আহমেদ, সৌৰভপ্ৰাণ গোস্বামী, মুকুল কলিতা, বিপুল দেৱ শৰ্মা, মৃগেন্দ্ৰ লহকৰ, ভূপেন্দ্ৰ নাথ গোস্বামী, অপৰাজিতা গগৈ, ভূপেন ৰাজবংশী, খনীন তালুকদাৰ, তাজহাৰুল হক, নীলিমা ঠাকুৰীয়া হক, ৰত্না ভৰালী তালুকদাৰ, কুসুম গগৈ, কিশোৰ কুমাৰ কলিতা, দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা, ৰিপুঞ্জয় গগৈ, জীমণি চৌধুৰী, প্ৰভাত দাস, চন্দন চুতীয়া, নকুল তালুকদাৰ, চিন্ময় বৰা, প্ৰণৱ তালুকদাৰ, পূৰৱী বৰুৱা, পূৰৱী শইকীয়া, ৰতন পাল, মৃদুলা শৰ্মা, ৰাজেন শৰ্মা, জীৱন লামা, ভূপেন শইকীয়া, ৰুদ্ৰসিংহ মটক, ৰাজীৱ কুমাৰ ফুকন, ৰঞ্জীৱ বৰুৱা, গুণীন চৌধুৰী, ৰেজাউল কৰিম, নৃপেন্দ্ৰ কুমাৰ বৰুৱা, জয়ন্ত গগৈ, প্ৰণৱ দলে, ভূপেন বৰকটকী, পংকজ কুমাৰ দাস, নিৰঞ্জন মহন্ত, পৱন চহৰীয়া, প্ৰণৱ তালুকদাৰ, মধুমিতা চৌধুৰী, তপন শৰ্মা, জিলি বৰদলৈ, অখিল ডেকা, বৰ্ণালী চৌধুৰী, অমিতাভ চৌধুৰী, এলেন গ্ৰোভ, তপন তালুকদাৰ, জাকিৰ হুছেইন সৰকাৰ, উদয়ন বিশ্বাস, নৰেশ্বৰ দাস, মনোৰঞ্জন গোস্বামী, প্ৰমোদ মহন্ত, পুলিন ভট্টাচাৰ্য্য, ৰূপালীম দত্ত, ভূপেন শৰ্মা, ৰফিউল হুছেইন বৰুৱা, অনুপমা দাস, গীতা দেৱী, বৰ্ণালী বৰুৱা, সঞ্জীৱপল ডেকা, জলদ বৰণ মহন্ত, ৰশ্মিৰেখা বৰা, কৰবী দত্ত, গীতালি ঠাকুৰ, নেচিমূল মজিদ, পূজা নিৰলা, দীপাংকৰ শৰ্মা, কুশল দত্ত, আহচান হাজৰিকা, পৱিত্ৰ বৰা, অঞ্জলি চক্ৰৱৰ্তী, বিনন্দিৰাম দাস, খগেন কলিতা, দেৱজিত চৌধুৰী, মাধুৰ্য্য বৰুৱা, অমন ৱাদুদ, সুব্ৰত চক্ৰৱৰ্তী, ৰিতুৰাজ কলিতা , সীমান্ত কোঁৱৰ, শান্তনু কোঁৱৰ, ট্ৰিলোচন গগৈ, কল্যাণী কোঁৱৰ, বৈকুণ্ঠ দাস, গৌতম গোস্বামী, অজিৎ শইকীয়া, সাৱিত্ৰী শইকীয়া, ৰাজীৱ দত্ত, শৈলেন বৰকটকী, পৰজ বৰুৱা, গুণ কলিতা, হুমায়ুন চৌধুৰী, অচ্যুৎ মাধৱ দাস, নৱজ্যোতি বৰগোহাঁই, নৱজিত দাস, শান্তনু ভট্টাচাৰ্য, বৰ্ণালী বৰুৱা দাস, বিকাশ বৰা, মিলন গগৈ, প্ৰাগজ্যোতি গগৈ, মণিকংকনা বৰবৰা, তৰালী শৰ্মা, পৰ্ভিজ হুছেইন, ঋষিকেশ বৰপূজাৰী, অতনু দত্ত, পাপু ৰজুৱাৰ, কমল নয়ন মিশ্ৰ, ৰতিশ দেৱ, ৰঞ্জন চৌধুৰী, অৰুণ গগৈ, কিৰন ডেকা, কুশল চহৰীয়া, তফচিৰ আলী, চি ৰহমান, ৰুমা লহকৰ, কিশলয় প্ৰতিম, লাচিত তামুলী, নিখিলেশ্বৰ বৰুৱা, মৃদুল কুমাৰ বৰা, ৰমনীমোহন দাস, অজিত তালুকদাৰ, দিব্যজ্যোতি শৰ্মা, ত্ৰিদীৱ দত্ত, সঞ্জিৎ কুমাৰ বৰদলৈ, দিদিন হাজৰিকা, শংকৰলাল মাহাতো, পৱিত্ৰ ভৰালী, পিনাকী সেনগুপ্ত, নিৰ্মল চন্দ্ৰ গগৈ, যামিনী বৰবৰুৱা, প্ৰদীপ সৰকাৰ, বিদ্যুৎ কুমাৰ, ৰৌশানাৰা বেগম, ৰাছেল চৌধুৰী, মজিবুৰ ৰহমান, ৰমলা মহন্ত, দুলুমণি চহৰীয়া, ৰুনু কলিতা, সৰলা কলিতা, মঞ্জু কলিতা, মঞ্জু চৌধুৰী, দীপালি নাথ, নৃপেন নাথ, ৰহিলা বড়ো, জুনুৱাৰা বেগম, আনোৱাৰা বেগম, গিৰিবালা কলিতা, বিজয়া গগৈ, কল্পনা ৰাজকুমাৰ, মছদ্দৰ হুছেইন, ৰবীন শৰ্মা, নীলিমা দত্তবৰুৱা, জয়ন্ত বৰগোহাঁই, শৰৎ চন্দ্ৰ মালাকাৰ, ধৰ্মেশ্বৰ হাজৰিকা, মছফিকা বেগম, মঞ্জিৰা ৰাজখোৱা, তিলেন্দ্ৰ সোনোৱাল, পিংকু মুক্তিয়াৰ, মনোৰঞ্জন শৰ্মা, লাচিত তামুলী, এছ সৰকাৰ, মনোজ ৰয়, গীতাঞ্জলি সোনোৱাল, তিলক মহন, প্ৰদীপ শইকীয়া, ইয়াচমিন আৰা বেগম, আহচান হাজৰিকা, প্ৰিয়ম্বদা দাস, সুচিত্ৰা ৰাভা সাহা, সুজিত চক্ৰৱৰ্তী, দুদুলমণি শৰ্মা, টিমকেন্দ্ৰ বাহাদুৰ সিংহ, বিজন দাস, বেগম বিলকিচ বানু, গজেন কলিতা, সুব্ৰত তালুকদাৰ, ৰেকিবুদ্দিন আহমেদ, হাফিজ আহমেদ, মিচিৰ আলী আহমেদ, আব্দুল বাতিন খন্দকাৰ, ইমৰান খন্দকাৰ, ছাইদুৰ ৰহমান, জিয়াউদ্দিন মানৱাৰুল হক, গুলবদন ফাতেমা, গোলাপ মজুমদাৰ, উজ্জল ভৌমিক, চাইফুদ্দিন আহমেদ, ৰেজাউল কৰিম, মুছলিম আলী, দেবানন্দ শৰ্মা, আনিচুল আলম, আব্দুৰ ৰহিম শ্বেখ, সঞ্জীৱ দেৱ চৌধুৰী, অশোক কুমাৰ, জ্যোৎস্না আলী, ৰমিচা বেগম, নাৰায়ণ দেৱনাথ, কানন মোহন দত্ত, জয়গোবিন্দ শইকীয়া, ইছমাইল আলী, বিজয়ালক্ষী পাল, মৌলানা আব্দুৰ ৰছিদ, ফৈজুল হক,নেৱাজ আহমেদ, ৰুহুল আমিন, গোবিন দাস, জমিৰ উদ্দিন তালুকদাৰ জয়নাল আবেদিন, ড°অহিজুদ্দিন শ্বেখ, কেৰামত আলী শ্বেখ, আব্দুল চালাম, অমৰেন্দ্ৰ নাথ শৰ্মা, যজ্ঞেশ্বৰ শৰ্মা, আশ্ৰাফুল ইছলাম, মাজেদুৰ ৰহমান, ৰজত দত্ত, ডাঃ মনোজ মিৰ্ধা, চামসুল বাৰিক, চন্দ্ৰলেখা ৰাজখোৱা, আদিল আহমেদ, নেকিবুল ইছলাম, আশ্ৰাফুল ইছলাম, হাচিনা বেগম, বাছেদ আলী, হামজা চৌধুৰী, ৰিশ্বভ বশিষ্ঠ, তৌফিকুল হুছেইন, কমল লোচন বৰা, সুনীল বৰুৱা, গোৱিন্দ কুমাৰ খাউন্দ, প্ৰবীণ চন্দ্ৰ মহন্ত, অজয় বৰবৰা, ৰাজেন গোহাঁই, মৃদুলা গোস্বামী ঠাকুৰ, ৰিতুৰাজ গোস্বামী, প্ৰভাত শৰ্মা, দিলীপ বৰদলৈ, সুনীল বৰুৱা, অঞ্জন মহন্ত, গোবিন বৰদলৈ, অজিত বৰদলৈ, ৰিন্টুমণি গগৈ, বীৰেন বৰা, পৰশমণি শইকীয়া, অশোক বৰদলৈ, ধ্ৰুৱপ্ৰসাদ হাজৰিকা, দুলাল দত্ত, অমিতাভ দত্ত, তাজাহাৰুল হক, নায়েব আলি, অমিয়া ফুকন বৰগোহাঞি, ৰছিদুল হক, জাহিদ আনছাৰি, মিৰ্জা লুটফাৰ ৰহমান, আশ্ৰাফুল আলম, আমিনুল ইছলাম, জাহিদা খাটুন, হাফিজুল ইছলাম, তছলিমা আহমেদ, জাহিদা হাছান, নাৰ্জী বেগম, চিকন্দৰ বাদশ্বাহ, আব্দুল কৰিম, আব্দুল মতিন, আবুল হুছেইন, ইমদাদ খান, মইনুল হক, জ্যোস্না শৰ্মা বেজবৰুৱা, লক্ষী শইকীয়া, পদ্ম শইকীয়া, অঞ্জলি শইকীয়া, অৰুণ কুমাৰ শৰ্মা, মহেশ ডেকা, ৰঞ্জিৎ ভূঞা, বেনী তাঁতী চুণ্ডী, তিলক শৰ্মা, নুৰ ইছলাম আলী, হিমাদ্ৰী মেধি, বনজিত ডেকা, নিপন কুমাৰ ডেকা, হেমন্ত বৰা, বাণী কুমাৰ দেৱ শৰ্মা, সুবোধ কলিতা, বৃদুল বৰ্মন, প্ৰশান্ত ঠাকুৰ, দ্বীপেন কোঁৱৰ, অঞ্জু শইকীয়া, মৃদুল দিহিংগীয়া, বিপ্লৱ জ্যোতি ভূঞা, দেৱজিত বৰঠাকুৰ, গৌতম চেতিয়া ফুকন।