NORTHEAST NOW (Assamese)

অসমৰ ৫খন জিলাত হ’ব পাৰে বজ্ৰপাতৰ লগতে বিজুলী-ঢেৰেকনি!

March 8, 2025 5:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 8, 2025 5:06 pm

অসমৰ ৫খনকৈ জিলাত সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

আজিৰ দিনটোত এইকেইখন জিলাত হব পাৰে বজ্ৰপাতৰ লগতে বিজুলী-ঢেৰেকনি।

এই জিলাকেইখনত হালধীয়া এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

লখিমপুৰ, ধেমাজি, তিনিচুকীয়া জিলাত বতৰ বিজ্ঞান বিভাগে এই হালধীয়া এলাৰ্ট জাৰি কৰিছে।

তদুপৰি চৰাইদেউ আৰু ডিব্ৰুগড় জিলাতো বতৰ বিজ্ঞান কেন্দ্ৰই হালধীয়া এলাৰ্ট জাৰি কৰিছে

Related News