• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Lionel Messi: কাটাৰেই শেষ, আৰু বিশ্বকাপ নেখেলে বিশ্ব ফুটবলৰ ৰাজকুমাৰ, বাওঁ ভৰিৰ যাদুকৰ লিঅ’নেল মেছিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2022 9:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Lionel Messi says the 2022 World Cup in Qatar কাটাৰ বিশ্বকাপেই হ’ব শেষ বিশ্বকাপ। তাৰ পিছত লিঅ’নেল মেছিক আৰু বিশ্বকাপত দেখা নাযাব। বাওঁ ভৰিৰ যাদুকৰজনে নিজেই তেওঁৰ ভৱিষ্যতৰ বিষয়ে জনাই দিছে। এই বাতৰি সামাজিক মাধ্যমত দ্ৰুতগতিত বিয়পি পৰিছে।

মেছিয়ে কৈছে, “এইটো (কাটাৰ বিশ্বকাপ) মোৰ অন্তিম বিশ্বকাপ। সিদ্ধান্তটো লোৱা হৈ গৈছে।‘’ অৱশ্যে, বিশ্ব ফুটবলৰ ৰাজকুমাৰক পেৰিছ ছেইণ্ট জাৰ্মেইন বা বাৰ্চিলোনাৰ জাৰ্চীত খেলি থকা দেখা যাব নে নাই সেয়া তেওঁ স্পষ্ট কৰা নাই। আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীয়ে ২০২৩ চনত সেই বিষয়ে সিদ্ধান্ত ল’ব।

আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনে সিদ্ধান্ত লৈছে যে কাটাৰত অনুষ্ঠিত বিশ্বকাপত ফুটবলাৰসকলে ডিয়েগো মাৰাডোনাৰ ছবি পকেটত ৰাখিব। মেক্সিকো বিশ্বকাপৰ মহান নায়কক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

ইপিনে, কাটাৰ বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে মাৰাডোনাৰ যোগ্য শিষ্য মেছিয়ে কয় যে এই বিশ্বকাপ তেওঁৰ অন্তিম বিশ্বকাপ হ’বলৈ গৈ আছে। যিহেতু এইটো মেছিৰ অন্তিম বিশ্বকাপ হ’বলৈ গৈ আছে, সেয়ে তেওঁৰ অনুৰাগীসকলে ইতিমধ্যে ক’বলৈ আৰম্ভ কৰিছে, “কাপটো ঘৰলৈ আনিবই লাগিব।”

আৰ্জেণ্টিনাই শেষবাৰৰ বাবে ১৯৮৬ চনত বিশ্বকাপ জিকিছিল। তাৰ পিছত, আলেচেন্দ্ৰো চাবেইৰাৰ প্ৰশিক্ষণত নীলা-বগা জাৰ্চী ধাৰী দলটোৱে ২০১৪ চনৰ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল। কিন্তু মেছিৰ সপোন সেইবাৰ জাৰ্মানীয়ে ভাঙি পেলাইছিল। চাৰি বছৰৰ পিছত ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপত ফ্ৰান্সৰ হাতত বিধ্বস্ত হৈ মেছিৰ আৰ্জেণ্টিনাই মেগা টুৰ্ণামেণ্ট এৰিব লগা হৈছিল।

বহুলোকে মেছিৰ বিষয়ে অভিযোগ কৰে যে তেওঁ ক্লাবৰ জাৰ্চীত অধিক সফল।  ক্লাব ফুটবলত তেওঁ শ্ৰেষ্ঠসকলৰ ভিতৰত শ্ৰেষ্ঠ কিন্তু ৰাষ্ট্ৰীয় দলৰ হৈ এলএম ১০  সৰ্বশ্ৰেষ্ঠ ছন্দত উজলি উঠা নাই। এটা ডাঙৰ ট্ৰফী জিকিব পৰা নাই। কিন্তু ক্লাব পৰ্যায়ত সাতটা বেলন ডি’ অৰ জিকিছে। মেছিয়ে তেওঁৰ কেৰিয়াৰৰ শেষত উপনীত হৈ কোপা আমেৰিকা জিকিছে। তেতিয়াৰ পৰাই তেওঁৰ অনুৰাগীসকলে মেছিকলৈ সপোন দেখিবলৈ আৰম্ভ কৰিছে। এতিয়াৰ পৰা অনুৰাগীসকলে আশা কৰিছে যে মেছিয়ে কাটাৰ বিশ্বকাপতেই সেই আকাংক্ষিত বিশ্বকাপ জিকিব। আশা মেছিয়ে কাপ জিকিয়েই বিশ্বকাপ সমাপ্ত কৰিব। 

মেছিৰ বয়স বৰ্তমান ৩৫ বছৰ। পৰৱৰ্তী বিশ্বকাপৰ সময়ত তেওঁ প্ৰায় চল্লিশ স্পৰ্শ কৰিব। চল্লিশ বছৰ বয়সত মেছিয়ে চিনাকি ছন্দত বিশ্বকাপ খেলাটো সম্ভৱ নহয়। সকলোৱে বহু আগতেই ধৰি লৈছিল যে কাটাৰ বিশ্বকাপেই মেছিৰ অন্তিম বিশ্বকাপ হ’ব। এতিয়া এটা কথা নিশ্চিতকৈ ক’ব পাৰি যে কাটাৰ বিশ্বকাপত সকলোৰে মধ্যমনি হৈ থাকিব লিঅ’নেল মেছি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd