• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় বৈবাহিক ব্যৱস্থাটোক ধ্বংস কৰিছে লিভ-ইন-ৰিলেশ্যনশ্যিপে – এলাহাবাদ উচ্চ ন্যায়ালয় 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 4:29 pm
298
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ভাৰতৰ চহৰীয়া সভ্যতাত বৃদ্ধি পাবলৈ লৈছে লিভ ইন ৰিলেশ্যনশ্যিপৰ হাৰ। কিন্তু এই লিভ ইন ৰিলেশ্যনশ্যিপে ভাৰতীয় বিবাহ ব্যৱস্থাটোক প্ৰভাৱিত কৰা বুলি মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। 

আদালতে পৰ্যবেক্ষণ কৰে যে, “এই ব্যৱস্থাই ভাৰতত বিবাহৰ ব্যৱস্থাটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে।” এলাহাবাদ উচ্চ ন্যায়ালয়ে নিজৰ লাইভ ইন পাৰ্টনাৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন লোকক জামিন দিয়াৰ ভিত্তিত এই পৰ্যবেক্ষণ কৰে।

উত্তৰ প্ৰদেশৰ শ্বাহৰণপুৰত১৯ বছৰীয়া এগৰাকী কিশোৰী লিভ ইন পাৰ্টনাৰ্পৰ দ্বাৰা ধৰ্ষণৰ বলি হোৱা গোচৰৰ শুনানি গ্ৰহণৰ সময়ত আদালতে পৰ্যবেক্ষণ কৰি এই মন্তব্য প্ৰদান কৰে।

জানিব পৰা মতে, এবছৰ ধৰি দুয়ো লিভ ইন ৰিলেশ্যন আছিল। কিন্তু যেতিয়া যুৱতীগৰাকী গৰ্ভৱতী হ’ল, তেতিয়া প্ৰেমিকে তাইক বিয়া কৰাবলৈ অস্বীকাৰ কৰে। তাৰ পিছত যুৱতীগৰাকীয়ে প্ৰেমিকৰ বিৰুদ্ধে বিয়াৰ প্ৰতিশ্ৰুতি দি বিয়া কৰিবলৈ অস্বীকাৰ কৰা আৰু প্ৰতিশ্ৰুতি দি যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ দাখিল কৰে। এই গোচৰত অভিযুক্তই এলাহাবাদ উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছিল।

জামিন আবেদনৰ পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সিদ্ধাৰ্থৰ একক বিচাৰপীঠে কয় যে লিভ-ইন ৰিলেশ্যনশ্যিপৰ সম্পৰ্কই কেতিয়াও নিৰাপত্তা, সামাজিক গ্ৰহণযোগ্যতা আৰু স্থিতিশীলতা প্ৰদান নকৰে। 

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ভাবে যে ভৱিষ্যতে ই এক ডাঙৰ সমস্যা হৈ পৰিব। কিন্তু শেষত আদালতে অভিযুক্তক জামিন মঞ্জুৰ কৰে।

Recent News

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd