• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী মোদীৰ নতুন শ্ল’গান “লোকেল ফ’ৰ দেৱালী” : দেৱালীত দেশীয়ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয়ৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 9, 2020 2:17 pm
index.jpga

ফ'টো উৎস :- এএনআই

221
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শ্ল’গান ‘ভ’কেল ফ’ৰ লোকেল’ক দেশৰ জনগণক দেৱালীত সুপ্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে ‘ভ’কেল ফ’ৰ লোকেল’ শ্ল’গানৰ অধীনত দেশৰ জনগণক এইবাৰ দেৱালীক ‘লোকেল ফ’ৰ দেৱালী’ হিচাপে উদযাপন কৰিবলৈ আহ্বান জনাইছে।

দেশীয়ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰি দেশৰ জনগণক দেৱালী উদযাপনৰ আহ্বান জনায় সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘লোকেল ফ’ৰ দেৱালী’ নতুন শ্ল’গান আওৰায়।

দেশৰ জনগণক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰি এক ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰধানমন্ত্ৰীয়ে কয় “মই ভাবো যে বাৰাণাসীৰ লগতে দেশৰ জনসাধাৰণে ‘লোকেল ফ’ৰ দেৱালী’ক প্ৰচাৰ কৰাৰ লগতে উৎসাহ জনোৱা এয়াই হৈছে ডাঙৰ সুযোগ।”

যেতিয়া দেশৰ জনগণে গৰ্বৰে নিজ দেশত উৎপাদিত সামগ্ৰী ক্ৰয় কৰিব, দেশত উৎপাদিত সামগ্ৰীৰ বিষয়ে কথা পাতিব, মাত দিব তেতিয়া আমাৰ উৎপাদিত সামগ্ৰীসমূহৰ বিষয়ে বাহিৰলৈ বাৰ্তা যাব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।

“কেৱল দেশীয় পৰিচয়কে শক্তিশালী কৰিব তেনে নহয়, ইয়ে স্থানীয় নিৰ্মাতাসকলৰ দেৱালীও অধিক উজ্জ্বল কৰি তুলিব।” প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

Recent News

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd