• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰকিৰ সমষ্টিত হিমন্ত।। আজমলৰ নাম লৈ তৰুণ গগৈক আক্ৰমণ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 6, 2019 9:14 pm
Loksabha election: Assam minister Himanta in Rocky's Samaguri, slams Congress

চামগুৰিত শনিবাৰে হিমন্ত বিশ্ব শৰ্মা। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আমি ৰাজনীতিৰ পৰিভাষা সলোৱা নাই, আমি নিৰ্বাচনত নিজিকিলেও আমাৰ গাত শেষ বিন্দু তেজ থকালৈকে বদৰুউদ্দিনৰ লগত মিতিৰালি নকৰো”৷ এই মন্তব্য নেডাৰ আহ্বায়ক তথা অসমৰ স্বাস্থ্য, বিত্ত, গড়কাপ্তানী আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁট সমৰ্থিত অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ শনিবাৰে বিয়লি শালনাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত শৰ্মাই লগতে কয় যে তৰুণ গগৈৰ দিনত ধূতি আৰু লুঙীৰ ৰাজনীতি কৰিছিল৷ আমি সেই পৰিৱেশ সলনি কৰিছো। এতিয়া ধুতি লুঙী নালাগে, আমাক লাগে চাহ বাগানৰ ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰে শিক্ষিত হৈ নিজৰ ভৰিত নিজে ঠিয় হ’ব পৰাতো৷

তেনে ধৰণৰ ৰাজনীতিহে কৰিছো বুলি কৈ মন্ত্ৰী গৰাকীয়ে কয় যে বিগত সময়ত গৌৰৱ গগৈয়ে কলিয়াবৰ সমষ্টিৰ বাবে চিন্তা নকৰিলে৷ কেৱল মাত্ৰ ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিলে৷ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে তৰুণ গগৈক আমি মানুহ কৰিলো৷ যাৰ বাবে পোন্ধৰ বছৰ মুখ্য মন্ত্ৰী হ’ল, কিন্তু আমি তেওঁৰ নিমখ খাই থকা নাই যে তেওঁৰ পুত্ৰক ৰজা পাতি থাকিব লাগিব, তেওঁৰ নাতিনীক ৰজা পাতি থাকিব লাগিব৷ এইবাৰ আমি কলিয়াবৰক দাসত্বৰ পৰা মুক্ত কৰিব লাগিলে মণিমাধৱ মহন্তক জয়ী কৰাব লাগিব বুলিও ভাষণত উল্লেখ কৰে।

চাহ বাগান অঞ্চলত অনুষ্ঠিত হোৱা সভাখনত মন্ত্ৰী হিমন্তই বাগান অঞ্চলৰ প্ৰতিগৰাকী প্ৰসূতিৰ বাবে অনাগত সময়ত ত্ৰিশ শতাংশ তেজ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি কোৱাৰ লগতে বছৰি বাৰ হেজাৰ টকা অনুদান দিয়াৰো ব্যৱস্থা কৰাৰ কথাও ব্যক্ত কৰে।

অনাগত দিনত বাগিচাৰ বহু উন্নয়নমূলক কাম কৰাৰ আশ্বাস দি মন্ত্ৰী হিমন্তই কয় যে মই কেতিয়াও এজিপি কৰা নাই, এজিপিয়ে কৈছিল সোণৰ অসম বনোৱাৰ কথা, আমি এতিয়া প্ৰতিগৰাকী যুৱতীক বিবাহৰ মুহূৰ্তত সোণ দিছো, গতিকে এদিন দিওঁতে দিওঁতে সোণৰ অসম হৈ পৰিব।

২০২২ চনৰ ভিতৰত বাগিচা অঞ্চলত কোনোধৰণৰ কেঁচা ঘৰ নাথাকে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰকাশ কৰে৷

ভাতৃৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰি জ্যেষ্ঠ অগপ নেতা কেশৱ মহন্তৰ লগতে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী, দীপ্লুৰঞ্জন শৰ্মা, সীমাঞ্চল দীগালকে ধৰি বহু কেইজন বিজেপি নেতা উপস্থিত থকা সভাখনত আঁত ধৰে কলিয়াবৰ জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পিংকী মিৰ্ধাই।

সভাখনতেই ধিঙৰ প্ৰাক্তন বিধায়ক মুস্তাফা শ্বহীদুল ইছলামে আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে।

Tags: নিৰ্বাচন ২০১৯
ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd