• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপিব কংগ্ৰেছ, ঘোষণা তৰুণ গগৈৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 20, 2019 5:09 pm
Assam CM Sonowal

সর্বানন্দ সোণোৱালৰ ফাইল ফটো।

1.3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপিব কংগ্ৰেছ।

গুৱাহাটীত শনিবাৰে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ সোণোৱালে শেহতীয়াকৈ কেইবাখনো সভাত ভোটাৰক “আল্লা”ৰ নামত ৰাজহুৱা শপত খুওৱাক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিব কংগ্ৰেছ।

ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰা সোণোৱালৰ এই “শপত”এ এটা নিৰ্দিষ্ট সম্প্ৰদায়ক ভীতিগ্ৰস্ত কৰা বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

নগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত লাহৰীঘাটত ৰাইজক “আল্লাৰ নামত” শপত খুওৱাৰ পিছত শেহতীয়াকৈ ধুবুৰীৰ হাটশিঙিমাৰীতো সোণোৱালে একেই পথ লৈছিল।

“আজিৰ তাৰিখত আপোনালোকে এটা প্ৰতিজ্ঞা দিব লাগিব। ইনশ্বা আল্লাৰ নামত প্ৰতিজ্ঞা দিব লাগিব যে আপোনালোকে এই সমষ্টিৰ মুঠ ১লাখ ৭০হাজাৰ ভোটৰ ভিতৰত ন্যূনতম ডেৰ লাখ ভোট বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক দিব।”, নিৰ্বাচনী সভাত এই আহ্বান জনাইছিল সোণোৱালে।

Tags: নিৰ্বাচন ২০১৯

Recent News

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবী নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবী নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd