• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বি পি এফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 16, 2019 8:42 pm
Loksabha election: Hagrama campaign in Kokrajhar

হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই মঙলবাৰে বি পি এফ দলৰ সভাপতি আৰু বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয় যে যিসকলে বি পি এফ দলৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মক ভোট নিদিয়ে সেইসকলক মাটিৰ পট্টা প্ৰদান কৰা নহ’ব।

ইণ্ডো-ভূটান সীমান্তৰ উল্তাপানীত ৫ নং কোকৰাঝাৰ সমষ্টি (জনজাতি)ৰ দলীয় প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ মঙলবাৰে প্ৰচাৰ চলাওঁতে হাগ্ৰামা মহিলাৰীৰ সৈতে দলটোৰ ৰাজ্যসভা সাংসদ বিশ্বজিত দৈমাৰীও উপস্থিত আছিল।

তেওঁৰ ভাষণত হাগ্ৰামা মহিলাৰীয়ে লগতে কয় যে য়ু পি পি এল প্ৰাৰ্থীক ভোট দিয়া মানে এন ডি এফ বিক শক্তিশালী কৰা যি এবাৰ শক্তিশালী হ’লে তাৰ পিছত মানুহক হত্যা কৰিব।

অহা ২৩ এপ্ৰিলৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলসমূহ আৰু প্ৰাৰ্থীসকলে ভোট আদায় কৰিবৰ কাৰণে সাধাৰণ জনগণৰ কাষ চাপিছে।

সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে বি পি এফ দলৰ হাতত আছে জনগণৰ সমৰ্থন আৰু কোকৰাঝাৰত দলৰ প্ৰাৰ্থীৰ আৰু অন্যান্য সমষ্টিসমূহত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বৃহৎ বিজয়ত আত্মবিশ্বাস প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্ণ, জাত নিৰ্বিশেষে দলে সকলোৰে সমৰ্থন লাভ কৰিছে।

হাগ্ৰামা মহিলাৰীয়ে কয় অঞ্চলটোত ভাল শাসন, সৰ্বাংগীন উন্নয়ন আৰু সামাজিক ঐক্যৰ বাবে দলটোৱে প্ৰমীলাৰাণী ব্ৰহ্মক ৫ নং কোকৰাঝাৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

Tags: নিৰ্বাচন ২০১৯
ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

September 11, 2025 6:30 am
কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

September 11, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd