• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংখ্যালঘু ভোটত আশাবাদী, ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাব ৰাজেন গোহাঁই, পুত্ৰই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 27, 2019 6:43 pm
Loksabha election: Ticket-deprived MP Rajen Gohain decides to campaign for BJP candidate in Nagaon

নৱাৰুণ বুঢ়াগোহাঁই। ছবি সৌজন্য- ফে’চবুক।

1.5k
VIEWS
Share on FacebookShare on Twitter

নগাওঁ লোকসভা সমষ্টিৰ বৃহৎ সংখ্যক সংখ্যালঘু ভোট বিজেপিৰ পক্ষলৈ আহিব।

গেৰুৱা প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰত নমাৰ সিদ্ধান্ত লৈ টিকেট বঞ্চিত সাংসদ ৰাজেন গোহাঁইৰ পুত্ৰ নৱাৰুণ বুঢ়াগোহাঁয়ে প্ৰকাশ কৰিছে এই আশা।

“আশা আছে, তেওঁলোকেও (সংখ্যালঘু) আমাক সমৰ্থন জনাব। বিজেপি সাম্প্ৰদায়িক দল নহয়, কংগ্ৰেছেহে তেনেকৈ কয়,” ৰূপক শৰ্মাৰ হৈ দুদিন পিছৰ পৰা পূৰ্ণগতিত প্ৰচাৰ চলাব বুলি সদৰী কৰি মন্তব্য সাংসদ গোহাঁইৰ পুত্ৰ তথা বিজেপি যুৱ মৰ্চাৰ অসম ৰাজ্যিক সম্পাদক নৱাৰুণৰ।

বিজেপিৰ আঁচনিয়ে সকলো ধৰ্মকে সামৰি লোৱা বুলি দাবী কৰি এই কথা ধৰ্মীয় সংখ্যালঘু ভোটাৰ ৰাইজক গৈ ক’ব বুলিও প্ৰকাশ কৰিছে সাংসদ পুত্ৰজনে।

আনহাতে টিকেট নোপোৱাৰ “দুখ”ত ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলোৱাক লৈ মঙলবাৰ-পৰ্য্যন্ত সিদ্ধান্তহীন হৈ ৰোৱা সাংসদ ৰাজেন গোহাঁয়ে দলৰ স্বাৰ্থত প্ৰচাৰত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক- নগাওঁ কংগ্ৰেছৰ দখললৈ যোৱাৰ ইংগিত ৰাজেন গোহাঁইৰ

মোদীৰ আবিৰ্ভাৱৰ পূৰ্বৰে পৰা দুই দশক সমষ্টিটো দখলত ৰখা ৰে’ল ৰাজ্য মন্ত্ৰীজনে এই সন্দৰ্ভত বুধবাৰে এটা টুইটো কৰিছে।

ৰাজেন গোহাঁইৰ টুইট।

“দেউতাই এটা কথা স্পষ্টকৈ কৈছে দলে যাক টিকেট দিয়ে তাকে সমৰ্থন জনাম। তেওঁৰ যিহেতু দুটা দশক নগাওঁ আৰু হোজাইবাসী ৰাইজৰ সৈতে সম্পৰ্ক আছিল গতিকে ৰূপক দাক আমি সহায় কৰিবই লাগিব,” পিতৃৰ হৈ স্পষ্টীকৰণ নৱাৰুণৰ।

কিন্তু পিতৃ ৰাজেন গোহাঁইয়ে টিকেট নোপোৱাক কেন্দ্ৰ কৰি বহু বিজেপি কৰ্মীয়ে দুখ পোৱা বুলি নৱাৰুণে উল্লেখ কৰিছে।

“এটা কথা স্বাভাৱিক দেউতাই টিকট নোপোৱাৰ বাবে মনত বহু কৰ্মীয়ে দুখ পাইছে। তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে ৰূপক দাক সহায় নকৰিব। মোৰ মা আৰু দেউতাই কৰ্মীসকলক জনাই দিছে যে দুটা দশক বিজেপিৰ দখলত এই সমষ্টিটো আছিল গতিকে এইবাৰো অশেষ কষ্ট কৰি বিজেপিৰ দখলতে এই সমষ্টিতো আহিব লাগিব,” নবাৰুণৰ মন্তব্য।

Recent News

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd