• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম কন্যাৰ হাতৰ মুঠিত বিশ্ব: লাভলিনাৰ বিশ্বজয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2023 7:29 am
Lovlina Borgohain
264
VIEWS
Share on FacebookShare on Twitter

বিশ্বজয় কৰিবলৈ প্ৰয়োজন কি! অদম্য সাহস, মনোবল আৰু একাগ্ৰতা। এয়াই যেন প্ৰমাণ কৰি তুলিলে লাভলিনাই। লাভলিনা বৰগোহাঁই; বিশ্বৰ বুকুত এক সৰু চিহ্ন গোলাঘাটৰ পৰা গৈ এই তৰুণীগৰাকীয়ে আজি জয় কৰিলে বিশ্বক; বিশ্বৰ বুকুত উত্তোলন কৰিলে দেশৰ বিজয় ধ্বজা। মুষ্টিবদ্ধ হাতেৰে বিশ্বৰ বুকুত তুলিলে জয়ৰ লহৰ।

 

The Olympic Medallist is now a World Champion 🇮🇳 🥇😍

Lovlina wins the bout 5️⃣-2️⃣ 🔥💪@AjaySingh_SG l @debojo_m#itshertime #WorldChampionships #WWCHDelhi @Media_SAI @anandmahindra @IBA_Boxing @Mahindra_Auto @LovlinaBorgohai @Anurag_Office @MahindraRise @NehaAnandBrahma pic.twitter.com/wqdRHWDfcT

— Boxing Federation (@BFI_official) March 26, 2023

পূৰ্বে দুবাৰকৈ বিশ্বজয়ৰ দুৱাৰডলিত থিয় হৈ বিফল মনোৰথেৰে ঘূৰি অহা লাভলিনাই এইবাৰ পূৰ কৰিলে দেশবাসী তথা ৰাজ্যবাসীৰ প্ৰত্যাশা। অলিম্পিক ব্ৰঞ্জ জয়েৰে সৃষ্টি কৰা ইতিহাসৰ পথেৰেই আগবাঢ়ি আজি বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিলে অসম কন্যা গৰাকীয়ে।

আজি ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত লাভলিনাই পৰাস্ত কৰে অষ্ট্ৰেলিয়ান প্ৰতিপক্ষ কেইটলিন পাৰ্কাৰক। দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ জয়ৰ পিছত আজি লাভলিনাই পাৰ্কাৰক ৫-২ ব্যৱধানত পৰাস্ত কৰি প্ৰথমটো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণত চুম্বন আঁকি দিয়াৰ কৃতিত্ব লাভ কৰে।

এইদৰে বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা দেশৰ অষ্টমগৰাকী মহিলা বক্সাৰত পৰিণত হয় লাভলিনা। তদুপৰি লাভলিনাৰ জৰিয়তে চলিত প্ৰতিযোগিতাখনত ভাৰতে লাভ কৰে চতুৰ্থটো স্বৰ্ণ পদক।

লাভলিনাৰ পূৰ্বে কালি নিতু ঘাংঘাছে ৪৮ কিলোগ্ৰাম শাখাত আৰু ছ’ইটী ব’ৰাই ৮১ কিলোগ্ৰাম শাখাত আৰু আজি কিছু সময় পূৰ্বে ছ’ইটী ব’ৰাই ৮১ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd