• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বিজেপিক ভোট দিয়া মানে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনোৱা’

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
March 27, 2019 9:15 pm
ইজৰাইল নন্দ, ফটোত বাঁওফালে গামোচা লৈ থকাজন

ইজৰাইল নন্দ, ফটোত বাঁওফালে গামোচা লৈ থকাজন

1.1k
VIEWS
Share on FacebookShare on Twitter

বিজেপিক ভোট দিয়া মানে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনোৱা। এই মন্তব্য আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগাবঢ়োৱা আনপা, শিৱসেনা, চি পি আই, অসম সংগ্ৰামী মঞ্চকে ধৰি কেইবাটাও দল-সংগঠনৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী, শ্ৰমিক নেতা ইজৰাইল নন্দৰ।

আজি মাৰ্ঘেৰিটাৰ হিলভিউত প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই এখন সভাত বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লগতে কয় যে অসমীয়াৰ তেজ থকা সকলে বিজেপিক কেতিয়াও ভোট নিদিয়ে। আনহাতে ডিব্ৰুগড়ৰ বিজেপি সাংসদ তথা তেওঁৰ প্ৰতিদ্বন্দ্বী ৰামেশ্বৰ তেলীয়ে ‘সাংসদ পুঁ‌জিৰ আধা টকাও খৰছ কৰিব নোৱাৰা’ত তেলীক সৰ্বকালৰ ব্যৰ্থ সাংসদ বুলি মন্তব্য উল্লেখ কৰি ৰাজনীতিত কেঁচুৱা বুলি কটাক্ষ কৰে।

তদুপৰি ‘২০১৮ চনৰ পৰা চাহ শ্ৰমিকে পাব লগা বকেয়া অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসে মাৰ্চ মাহৰ পৰা আদায় দি শ্ৰমিকৰ ৩০০ শ কোটি টকা বাগিচা কৰ্তৃপক্ষক ৰেহাই দিয়াৰ আঁ‌ৰত কি ৰহস্য’ আছে বুলি প্ৰশ্ন কৰি উক্ত চুক্তি স্বাক্ষৰ কৰা কংগ্ৰছ দলৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰকো শ্ৰমিক বিৰোধী বুলি কয়।

কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী কেইগৰাকীক কটাক্ষ কৰি তেওঁ কয়, ‘পৱন সিং ঘাটোৱাৰ বুঢ়া আৰু ৰামেশ্বৰ তেলী ৰাজনীতিত কেঁচুৱা। বুঢ়া তথা কেঁচুৱাক সংসদলৈ পঠালে উন্নয়ন আশা কৰিব নোৱাৰি। সেয়ে ৰাইজে সিদ্ধান্ত লওক কোন প্ৰাৰ্থীক নিৰ্বাচিত কৰিব।’

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd