• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2025 7:30 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ অন্যতম প্ৰধান কাৰণ। কিন্তু শেহতীয়া বছৰবোৰত এটা আচৰিত পৰিৱৰ্তন দেখা গৈছে । এই পৰিৱৰ্তন অনুসৰি বহু মহিলাই জীৱনত কেতিয়াও এটা চিগাৰেট খোৱা নাই যদিও হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে।

ইন্দোৰৰ এইচ চি জি কেন্সাৰ চেণ্টাৰৰ চাৰ্জিকেল অংক’লজিষ্ট ডাঃ নয়ন গুপ্তাই এনে সম্ভাৱনা সন্দৰ্ভত সকীয়াই দিয়ে।

এই কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰা ৫টা কাৰক কি কি?

১) পাকঘৰত বায়ু চলাচলৰ অভাৱ

গ্ৰাম্য অঞ্চল বা উপকণ্ঠ অঞ্চলৰ কিছুমান অঞ্চলত এতিয়াও কাঠ, কয়লা বা জৈৱবস্তুৰে ৰন্ধা-বঢ়া কৰা হয়। সেই সময়ত বিষাক্ত গেছ আৰু ধোঁৱা উৎপন্ন হয়।

যদি পাকঘৰত খিৰিকী নাথাকে, বা এক্সজ’ষ্ট চিষ্টেম নাথাকে, তেন্তে ধোঁৱা পোনে পোনে হাওঁফাওঁত প্ৰৱেশ কৰে। এই বিষাক্ত কণাবোৰৰ সৈতে দীৰ্ঘদিন ধৰি উশাহ ল’লে ক্ৰমান্বয়ে হাওঁফাওঁৰ কোষবোৰৰ পৰিৱৰ্তন ঘটে, যিবোৰ কেন্সাৰলৈ পৰিণত হ’ব পাৰে।

২) এডিন’কাৰ্চিনোমাঃ ধূমপান নকৰিলেও হ’ব পাৰে

এই কেন্সাৰ হাওঁফাওঁৰ বাহিৰৰ অংশত বিকশিত হয়। ইয়াৰ মূল সমস্যাটো হ’ল প্ৰথম অৱস্থাত কোনো লক্ষণ দেখা নাযায়। সাধাৰণতে ধূমপান নকৰা মহিলাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।

৩) হৰম’ন আৰু পৰিৱেশ প্ৰদূষণৰ সংযুক্ত প্ৰভাৱ

ইষ্ট্ৰজেন হৰম’ন আৰু বায়ু প্ৰদূষণ একেলগে হাওঁফাওঁৰ জিনত মিউটেচনৰ সৃষ্টি কৰে। ফলত হাওঁফাওঁৰ অস্বাভাৱিক বৃদ্ধি বা কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

৪) কিছুমান জিনীয় মিউটেচন

যেনে EGFR জিন মিউটেচন, যিয়ে ধূমপান নকৰিলেও মহিলাৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এই ধৰণৰ মিউটেচনে হাওঁফাওঁক ৰন্ধা ধোঁৱাৰ দৰে পৰিৱেশ প্ৰদূষণৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলে।

৫) ৰন্ধা ধোঁৱাৰ ফলত হাওঁফাওঁৰ দীৰ্ঘদিনীয়া ক্ষতি হয়

দিনটোত ২-৩ বাৰ ৰান্ধিলে হাওঁফাওঁত অবিৰত প্ৰদাহ হয়। ইয়াৰ ফলত হাওঁফাওঁৰ স্বাভাৱিক বৃদ্ধিত ব্যাঘাত জন্মে আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনা তিনিগুণ বৃদ্ধি পায়।

ডাঃ গুপ্তাই কৈছে, “যিসকল মহিলাই দিনটোত দুবাৰতকৈ অধিক ৰান্ধে, তেওঁলোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা তিনিগুণ বেছি।সুস্থ হৈ থকাৰ প্ৰথম পদক্ষেপ হ’ল পাকঘৰত সঠিকভাৱে বায়ু চলাচল কৰা।এগজেষ্ট ফেন, খোলা খিৰিকী, বা চিমনি অতি প্ৰয়োজনীয়।”

ইয়াক প্ৰতিৰোধ কৰিবলৈ কি কৰিব পাৰি?

• ৰন্ধা-বঢ়া কৰাৰ সময়ত খিৰিকী খোলা ৰাখিব লাগে

• চিমনি বা এক্সজ’ষ্ট ফেন ব্যৱহাৰ কৰক

• কঠিন ইন্ধনৰ পৰিৱৰ্তে গেছ বা বৈদ্যুতিক হিটাৰ ব্যৱহাৰ কৰক

• বছৰত অন্ততঃ এবাৰ হাওঁফাওঁৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে

• ধাৰাবাহিক কাঁহ বা উশাহ-নিশাহৰ কষ্ট হ’লে তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

September 19, 2025 3:37 pm
জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd