অসম কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ ঘোষণা: পুনৰ উজ্জীবিত কৰা হ’ব নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 20, 2017 9:41 am নমামি বৰাক উৎসৱত উপস্থিত থাকি আজি কেন্দ্ৰীয় মন্ত্ৰী (Heavy Industries and Public Enterprises) বাবুল সুপ্ৰিয়ই জাগীৰোডস্থিত নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ ল’ব বুলি ঘোষণা কৰে। ← Previousপ্ৰাক্তন আলফা নেত্ৰী বেবী মৰাণৰ চিকিৎসাৰ দ্বায়িত্ব ল’লে… Next →উচ্চতম ন্যায়ালয়ত সুবোধ বিশ্বাসৰ জামিন আৱেদনৰ শুনানি You may also like অসম শিলসাঁকোৰ ৰাইজৰ ওপৰত বৰ্বৰ অত্যাচাৰ : বৃহৎ পুঁজিপতিৰ স্বাৰ্থত অসমীয়া মহিলাৰ কাপোৰ ফালিবলৈও কুন্ঠাবোধ নকৰিলে চৰকাৰে নিজৰ প্রাপ্য ভূমিৰ কাৰণে গণতান্ত্রিক আন্দোলন কৰা শিলসাঁকোৰ প্রতিবাদী ৰাইজৰ ওপৰত অসম আৰক্ষীৰ বৰ্বৰ আক্রমণক তীব্র ভাষাৰে নিন্দা কৰিছে ভূমি অধিকাৰ যৌথ… এন ই নাও নিউজ, গুৱাহাটী · November 12, 2025 8:25 pm Popular Stories Johnny Depp: জনি ডেপক জেক স্পেৰো চৰিত্ৰত পৰ্দালৈ উভতিবলৈ ২৫৩৫ কোটি টকাৰ প্ৰস্তাৱ ডিজনীৰ! Johnny Depp যোৱা কেইসপ্তাহমানত, জনি ডেপৰ জীৱনত এক ধুমুহা সৃষ্টি হৈছে। তেওঁৰ প্ৰাক্তন পত্নী, অভিনেত্ৰী এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে মানহানিৰ গোচৰত যুঁজ দি… এন ই নাও নিউজ, গুৱাহাটী · June 27, 2022 12:25 pm অসম মহানগৰীৰ জোনাকী নগৰৰ পৰা সন্ধানহীন এজন যুৱক; দিছপুৰ থানাত দাখিল এজাহাৰ মহানগৰীৰ জোনাকী নগৰৰ অৰূপ জ্যোতি পাঠক নামৰ যুৱকজন শুকুৰবাৰে ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধানহীন হৈ আছে। ৩ ডিচেম্বৰৰ দিনা পুৱা বজাৰ কৰিবলৈ… জাহ্নৱী বৰুৱা, গুৱাহাটী · December 4, 2021 2:11 pm অসম আশ্ৰয়হীন শিশুসকলৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ আশ্ৰয় কক্ষ মুকলি দেশ স্বাধীন হোৱাৰ ৭২ বছৰ হ’ল কিন্তু এতিয়াও দেশৰ শিশুই সম্পুৰ্ণৰূপে লাভ কৰা নাই অন্ন, বস্ত্ৰ, বাসস্থান আৰু শিক্ষাৰ দৰে মৌলিক অধিকাৰ… এন ই নাও নিউজ · April 10, 2019 1:57 pm