NORTHEAST NOW (Assamese)
অসম

অনিল ৰাজাৰ বিৰুদ্ধে নতুন দিল্লীত নিৰ্বাচন আয়োগৰ কাষত ৰকিবুল হুছেইন

Posted by: ৰাজীৱ ৰয় June 13, 2018 9:54 pm
electioncommission

অনিল ৰাজাৰ বিৰুদ্ধে নতুন দিল্লীত নিৰ্বাচন আয়োগত আজি ১৩ জুনত অভিযোগ দাখিল কৰিছে প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে।

ৰাজাই হুছেইনৰ ভাবমূৰ্তি নষ্ট কৰিব খোজা বুলি তথ্য সহকাৰে নিৰ্বাচন আয়োগত এখন স্মাৰক পত্ৰ তেওঁ দাখিল কৰিছে।

অনিল ৰাজাই কিছুদিন পূৰ্বে হুছেইনৰ শৈক্ষিক অৰ্হতাকে ধৰি বিভিন্ন কথাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।