Home › অসম এন আৰ চি বিষয়ত দিচপুৰত গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক November 22, 2017 6:17 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : এন আৰ চি বিষয়ত গুৰুত্বপূৰ্ণ দিশ কিছুমানৰ আলোচনা কৰিবলৈ আজি দিচপুৰত এক গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী আৰু আনবোৰ দলৰ প্ৰতিনিধি। ‹ বিশ্ব যুৱ মহিলা বক্সিং : অসম-জীয়ৰী অংকুশিতা… সাংবাদিক সুদীপ দত্ত ভৌমিক হত্যাকাণ্ড : কমাণ্ডেণ্ট… › Related Newsলখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁওJuly 30, 2026 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন : চিলিং খহি পৰি চাৰিজন ৰোগী আহতJuly 30, 2026 7:27 pm · এন ই নাও নিউজ, গুৱাহাটীবানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰJuly 30, 2026 7:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীতJuly 29, 2026 9:25 pm · এন ই নাও নিউজ, গুৱাহাটীৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতাJuly 29, 2026 6:53 pm · এন ই নাও নিউজ, গুৱাহাটী