NORTHEAST NOW (Assamese)
অসম

এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 20, 2017 9:16 am
এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

এন আৰ চি সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত হ’ব এখন গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি। বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে নাগালিম সন্দৰ্ভত  কয় – ‘বিষয়টো দুয়োখন ৰাজ্যৰে আলোচনা কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে।’ ৰাজ্য বিভাজিত হোৱাৰ সময়তে ত্ৰুটি ৰৈ যোৱা বুলিও এক মন্তব্য প্ৰকাশ কৰে বিধান সভাৰ অধক্ষগৰাকীয়ে।