অসম কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ ঘোষণা: পুনৰ উজ্জীবিত কৰা হ’ব নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 20, 2017 9:41 am নমামি বৰাক উৎসৱত উপস্থিত থাকি আজি কেন্দ্ৰীয় মন্ত্ৰী (Heavy Industries and Public Enterprises) বাবুল সুপ্ৰিয়ই জাগীৰোডস্থিত নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ ল’ব বুলি ঘোষণা কৰে। ← Previousপ্ৰাক্তন আলফা নেত্ৰী বেবী মৰাণৰ চিকিৎসাৰ দ্বায়িত্ব ল’লে… Next →উচ্চতম ন্যায়ালয়ত সুবোধ বিশ্বাসৰ জামিন আৱেদনৰ শুনানি You may also like অসম চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন? সোমবাৰে চাপৰত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা। বিজেপি চৰকাৰে গ্ৰহণ কৰা মহিলা সৱলীকৰণৰ প্ৰক্ৰিয়াক অধিক তৰান্বিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে চাপৰত উপস্থিত… এন ই নাও নিউজ · January 18, 2021 4:56 pm Popular Stories কাছাৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সান্ধ্য আইন জাৰি… কাছাৰ জিলাৰ কৰ্তৃপক্ষই ভাৰত-বাংলাদেশ সীমান্তত উগ্ৰপন্থী কাৰ্যকলাপ আৰু চোৰাং ব্যৱসায়ক লৈ সৃষ্টি হোৱা উদ্বেগৰ বাবে মঙলবাৰে সান্ধ্য আইন জাৰি কৰিছে। জিলা দণ্ডাধীশ… এন ই নাও নিউজ, গুৱাহাটী · October 14, 2025 9:15 pm অসম মাজুলীত কংগ্ৰেছ-বিজেপি : ৰিপুন বৰাৰ মতে জণ্ডিছ ৰোগীৰ দৰে সকলোতে হালধীয়া দেখিছে বিজেপিয়ে ‘‘জণ্ডিছ ৰোগীয়ে সকলোতে হালধীয়া দেখাৰ দৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সকলো কামতে হালধীয়া দেখিবলৈ আৰম্ভ কৰিছে। অকল… মিটু খাটনিয়াৰ · December 1, 2018 8:55 pm অসম গড়ভঙা বন্যপ্ৰাণী অভয়াৰণ্য বাতিলৰ সন্দৰ্ভত অসম চৰকাৰৰ ব্যাখ্যা বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটীৰ গড়ভঙা সংৰক্ষিত বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা কিয় বাতিল কৰা হ’ল সেই কথা ব্যাখ্যা কৰি শপতনামা দাখিল কৰিবলৈ অসম… এন ই নাও নিউজ, গুৱাহাটী · May 9, 2026 9:07 am