অসম গোলাঘাটৰ বৰজান চাহ বাগিচাৰ শ্ৰমিকসকল Posted by: এন ই নাও নিউজ ব্যুৰো, গোলাঘাট: November 24, 2017 6:25 am দৈনিক মজুৰি বৃদ্ধিকে ধৰি আন কেইবাটাও দাবীত আজি পুৱাই গোলাঘাটৰ বৰজান চাহ বাগিচাৰ শ্ৰমিকসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়। সমদলৰ শেষত প্ৰতিবাদকাৰীসকলে বাগিচাৰ মূল প্ৰৱেশদ্বাৰত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ← Previousডিব্ৰুগড়ত হ’ব অসমৰ প্ৰথমটো চি এন জি ষ্টেইশ্যন Next →আজি দৰঙৰ ফুহুৰাতলী চাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ You may also like অসম বাহৰেইনত উপস্থিত ভাৰতে অনুদান হিচাপে আগবঢ়োৱা ক’ৰ’নাৰ ভেকচিন ভাৰতে বৃহস্পতিবাৰে বাহৰেইনলৈ ১০,৮০০ কোভিশ্বিল্ড ভেকচিন অনুদান হিচাপে আগবঢ়ায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বাহৰেইনলৈ কোভিশ্বিল্ড ভেকচিন সন্দৰ্ভত মত ব্যক্ত কৰে। ভাৰতৰ… এন ই নাও নিউজ · January 28, 2021 3:50 pm অসম দলং-পথ একোৱেই নাই ! জিনাৰী নৈৰ বুকুয়েদি ছাত্ৰ-ছাত্ৰীৰ ভয়ংকৰ যাত্ৰা বিকাশ, উন্নয়ন কিম্বা পৰিৰ্ৱতন ইয়াৰ কোনো এটা শব্দই যেন স্পৰ্শ কৰিব পৰা নাই গোৱালপাৰা জিলাৰ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী কুকুৰকাটাৰ টিকিলি পাৰা অঞ্চলত। গোৱালপাৰা… নীলমনি শর্মা · October 8, 2018 4:08 pm অসম উত্তৰ কোৰিয়াৰ কিম জঙৰ দৰে একনায়কত্ববাদী শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মাই, কোনে ক’লে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জঙৰ সৈতে তুলনা কৰিলে সদৌ অসম চাফাই কৰ্মী সন্থাই। সন্থাৰ বিষয়ববীয়া ৰূপম… জাহ্নৱী বৰুৱা,গুৱাহাটী · March 30, 2022 12:43 pm অসম উত্তৰ-পূৱত বাধ্যতামূলক হিন্দী ভাষা; গৰজি উঠিল বিৰোধী ৰাজনৈতিক দলৰ লগতে জাতীয় সংগঠন ভাষাৰ ক্ষেত্ৰতেই হওঁক বা অন্য ক্ষেত্ৰতেই হওঁক অনৈক্যৰ মাজত ঐক্যতাই হৈছে ভাৰতৰ এক পৰিচয়। কিন্তু বিজেপিয়ে নিবিচাৰে অনৈক্যৰ মাজত ঐক্যতা। শাসক পক্ষৰ… কল্পজ্যোতি শইকীয়া, গুৱাহাটী · April 9, 2022 4:55 pm