অসম গোলাঘাটৰ বৰজান চাহ বাগিচাৰ শ্ৰমিকসকল Posted by: এন ই নাও নিউজ ব্যুৰো, গোলাঘাট: November 24, 2017 6:25 am দৈনিক মজুৰি বৃদ্ধিকে ধৰি আন কেইবাটাও দাবীত আজি পুৱাই গোলাঘাটৰ বৰজান চাহ বাগিচাৰ শ্ৰমিকসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়। সমদলৰ শেষত প্ৰতিবাদকাৰীসকলে বাগিচাৰ মূল প্ৰৱেশদ্বাৰত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ← Previousডিব্ৰুগড়ত হ’ব অসমৰ প্ৰথমটো চি এন জি ষ্টেইশ্যন Next →আজি দৰঙৰ ফুহুৰাতলী চাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ You may also like অসম ডাইনীৰ সন্দেহত চিৰাঙত দুই ফৈদৰ সংঘৰ্ষ, আহত ৪ ব্যক্তি বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ডাইনীৰ অন্ধবিশ্বাস। ডাইনীৰ সন্দেহতে চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী চকীৰ অন্তৰ্গত ভূৰাবস্তিত সংঘটিত হ’ল… ৰিনয় বসুমতাৰী · August 3, 2020 11:21 am অসম সোণোৱালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিজেপি ত্যাগ প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই আজি বিজেপিৰ পৰা পদত্যাগ কৰে। সমগ্ৰ ৰাজ্যতে চলি থকা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ প্ৰতি সমৰ্থন… এন ই নাও নিউজ · December 13, 2019 11:26 am অসম বিশ্বনাথ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা; অধিক উচ্চ শিক্ষানুষ্ঠান গঢ় দিয়াত গুৰুত্ব সমুজ্জ্বল ভট্টাচাৰ্যৰ বিশ্বনাথ মহাবিদ্যালয়ত আজি মহাবিদ্যালয়খনৰ ৫৪তম নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকাই উদ্ধোধন কৰা নৱাগত আদৰণি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০… কাজি জেইদুল ইছলাম · September 1, 2018 9:27 pm অসম ঘৰৰ পৰাই কৰিব পাৰিব বজাৰ! : মন্দিয়াৰ যুৱকে উদ্ভাৱন কৰিছে এক মোবাইল এপ বৰ্তমান টেকন’লজিৰ যুগ৷ আমি সকলোৱে কম বেছি পৰিমাণে আৱদ্ধ টেকন’লজিৰ মাজত। টেকনলজিৰ যুগত এতিয়া বহু কাম ঘৰত বহিয়েই কৰিব পৰা সক্ষম হৈছে৷… পুলেন্দ্ৰ দাস · July 23, 2020 6:59 am