NORTHEAST NOW (Assamese)
অসম

নৱবৰ্ষত কিমান দিন বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়?চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 18, 2020 6:07 pm
aaaaaa 156101-assam-le

২০২১ বৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে সময়তে ৰাজ্য চৰকাৰে আজি প্ৰকাশ কৰিছে চৰকাৰী বন্ধৰ তালিকা।এই তালিকাত সীমিত বন্ধৰ লগতে অৰ্ধছুটী আদিৰো দিন সন্নিবিষ্ট কৰা হৈছে।আহক চাওঁ নৱবৰ্ষৰ কোন কেইটা দিনত চৰকাৰে বন্ধ ঘোষণা কৰিছে—

১৪ আৰু ১৫ জানুৱাৰীঃ মাঘ বিহু, টুছু পূজা

২৩ জানুৱাৰীঃ নেতাজীৰ জন্মদিন

২৬ জানুৱাৰীঃ গণৰাজ্য দিৱস

৩১ জানুৱাৰিীঃ মে ডাম মে ফি

২৭ ফেব্ৰুৱাৰীঃ বীৰ চিলাৰায় দিৱস

২৮ মাৰ্চঃ দৌল যাত্ৰা

২ এপ্ৰিলঃ গুড ফ্ৰাইডে

১৪,১৫,১৬ এপ্ৰিলঃ ব’হাগ বিহু

২১ এপ্ৰিলঃ সতী সাধনী দিৱস

১ মেঃ মে’দিৱস

১২ মে’-দামোদৰ দেৱৰ তিথি

১৪ মে’-ঈদুল ফিটৰ

২৬ মে’-বুদ্ধ পূৰ্ণিমা

২৭ মে’-মাধৱদেৱৰ তিথি

২১ জুলাই- ঈদ উল জোহা

১৫ আগষ্ট-স্বাধীনতা দিৱস

২৭ আগষ্ট- মাধৱদেৱৰ তিথি

২৯ আগষ্ট- কৰম পূজা

৩০ আগষ্ট-জন্মাষ্টমী

৮ ছেপ্তেম্বৰ-শংকৰদেৱৰ তিথি

২ অক্টোৱৰ-মহাত্মা গান্ধীৰ জন্ম তিথি

১২,১৩,১৪ অক্টোৱৰ-দুৰ্গা পূজা

১২ অক্টোৱৰ-শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ

১৮ অক্টোৱৰ- কাতি বহু

৪ নৱেম্বৰ- কালী পূজা,দেৱালী

৬ নৱেম্বৰ-ভাতৃ দ্বিতীয়া

১০ নৱেম্বৰ- ষট পূজা

১৯ নৱেম্বৰ- গুৰু নানকৰ জন্মদিৱস

২৪ নৱেম্বৰ- লাচিত দিৱস

২ ডিচেম্বৰ- অসম দিৱস

২৫ ডিচেম্বৰ- বৰদিন

১৯ আগষ্ট মহৰম আৰু ২০ অক্টোৱৰত লক্ষ্মীপূজা উপলক্ষে অৰ্ধ ছুটী ঘোষণা কৰা হৈছে।প্ৰতি সপ্তাহৰ দ্বিতীয় আৰু চতুৰ্থ সপ্তাহত চৰকাৰী বন্ধ থাকিব।