NORTHEAST NOW (Assamese)
অসম

বিধানসভাৰ অধিৱেশনৰ মাজতে হঠাতে অসুস্থ বিধায়ক ফনী তালুকদাৰ; হাস্পাতালত ভৰ্তি

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী December 24, 2021 2:05 pm
WhatsApp Image 2021-12-24 at 1.50.09 PM

অসম বিধানসভাৰ অধিবেশন চলি থকাৰ মাজতে আজি হঠাতে অসুস্থ হৈ পৰে ভবানীপুৰ সমষ্টিৰ বিজেপি বিধায়ক ফনী তালুকদাৰ।

লোকসভা অধ্যক্ষ ওম বিৰলাৰ সৈতে ফটো উঠাৰ সময়তে অসুস্থ হৈ পৰে বিধায়কজন।

মূৰ ঘূৰাই মাটিত পৰিবলৈ লওঁতে বিধায়ক প্ৰশান্ত ফুকনে ধৰি তেওঁক পৰি যোৱাৰ পৰা ৰক্ষা কৰে।

Also Read: Akhil Gogoi protest নিবনুৱাক চৰকাৰৰ অপমান! চাকৰি মেলাৰ বিৰুদ্ধে বিধানসভাৰ চৌহদত অখিল গগৈৰ অভিনৱ প্ৰতিবাদ

ফটো উঠাৰ পাছত মুখ্যমন্ত্ৰীৰ তদাৰকত বিধায়ক তালুকদাৰক চিকিৎসালয়লৈ নিয়া হৈছে।

বৰ্তমান চুপাৰ মাৰ্কেটৰ GNRCত ভৰ্তি কৰোৱা হৈছে বিধায়কজনক।