NORTHEAST NOW (Assamese)
শিক্ষা

Independence day 2023: স্বাধীনতা দিৱসৰ উপলক্ষ্য কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ

August 15, 2023 7:00 am

 

ফুলগুৰি কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?

কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?

সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল?

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল?

দাণ্ডিযাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিজন কোন আছিল?

কোনজন অসমীয়াই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল?

গোপীনাথ বৰদলৈ কেতিয়া অসমৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল?

পিয়লি ফুকনৰ লগত একেলগে কোনজন ব্যক্তিক ফাঁচী দিয়া হৈছিল?

“ইয়ং ইণ্ডিয়া” কাকতত “লভলী আসাম” শীৰ্ষক প্ৰৱন্ধটো কোনে লিখিছিল?

মহাত্মা গান্ধী পোনপ্ৰথম বাৰৰ বাবে কেতিয়া আহিছিল?

মহাত্মা গান্ধীয়ে অসমৰ কোন জিলাত হৰিজন নামঘৰ স্থাপন কৰিছিল?

আহোমৰ শেষৰজন ৰজা কোন আছিল?

বৃটিছ অসমলৈ অহাৰ আগলৈকে অসমৰ ৰাজধানী কি আছিল?

মৃত্যুবাহিনী কোনে গঠন কৰিছিল?

ভোগেশ্বৰী ফুকননীক কেতিয়া গুলীয়াই হত্যা কৰা হৈছিল?

পাণ্ডুত কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশত অনুষ্ঠিত হৈছিল?

কোনগৰাকী নাৰীক জৱাহৰলাল নেহৰুয়ে “ৰাণী” উপাধি প্ৰদান কৰিছিল?

.

 

Read More : Independence Day 2023 : ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস সম্পৰ্কে কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ