NORTHEAST NOW (Assamese)
Popular Stories

মদ খোৱা পিছত পানী খালেও হ’ব পাৰে সমস্যা? পানী খোৱাৰ নিয়ম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 17, 2023 7:00 am

মদ শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। মদ শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। এৰাই চলাটোৱেই উত্তম।

মদ খালেও সদায় পৰিমিত পৰিমাণ আৰু নিয়ম অনুসৰি খাব লাগে। যদি মদ খোৱাৰ পিছত পানী খাব লাগে তেন্তে প্ৰথমে পানীখিনি উতলাই লওক। এতিয়া ভালদৰে ঠাণ্ডা কৰি তাৰ পিছত খাব। ইয়াৰ ফলত পেটৰ সমস্যা বা পানীলগা নহয়।

গৰম পানী কেতিয়া খাব লাগে?

যেতিয়া ভোক কমি যায়, হজম শক্তি কমি যায়, ডিঙিৰ বিষ হয়, জ্বৰ-কাহ-চৰ্দি হয়, পেটৰ বিষ হয়, গেছবা জ্বলা পোৰা হয়, পেট ফুলে তেতিয়া গৰম পানী সেৱন কৰিলে উপশম পোৱা যায়।

নিয়মিতভাৱে যিকোনো তৈল্যযুক্ত খাদ্য মদৰ সৈতে খালে পেটৰ সমস্যা, পাচনতন্ত্ৰৰ সমস্যা হয়। 

গতিকে মদ খোৱাৰ পিছত অধিক পানী খাওক।