অসম দিনৰ ১১ বজালৈ অসমৰ চাৰিটা লোকসভা সমষ্টিত ২৭.৩৪% ভোটগ্ৰহণ,বৰ্তমানলৈ সৰ্বোচ্চ কোকৰাঝাৰত,সৰ্বনিম্ন গুৱাহাটীত Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2024 12:05 pm আজি অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷আজি দিনৰ ১১ বজা পৰ্যন্ত অসমত আনুমানিক ভোটদানৰ হাৰ ২৭.৩৪%৷ বৰপেটা- ২৭.১৯% ধুবুৰী- ২৭.৭৭% গুৱাহাটী- ২৬.২৫% কোকৰাঝাৰ- ২৮.২৮% ← Previousবিবাহ উপলক্ষে গৈছিল কন্যাকুমাৰীলৈ; সাগৰত উটি গ’ল ৫… Next →আজিৰ নিৰ্বাচনত অৱতীৰ্ণ আটাইতকৈ ধনী প্ৰাৰ্থী ১৩৬১কোটিৰ গৰাকী!… You may also like Popular Stories আমেৰিকাত গৈ ট্ৰাকত উঠিল ৰাহুল গান্ধী, আমেৰিকাৰ ট্ৰাক চালকৰ উপাৰ্জন শুনি চকু কপালত উঠিল ৰাহুলৰ ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে দিল্লীৰ পৰা চণ্ডীগড়লৈ এখন ট্ৰাকেৰে যাত্ৰা কৰিছিল। তেওঁ এই যাত্ৰাৰ সময়ত ট্ৰাক চালকৰ সমস্যাৰ কথা শুনিছিল। এইবাৰ আকৌ… এন ই নাও নিউজ, গুৱাহাটী · June 14, 2023 9:45 pm অসম এইবাৰ সোণোৱাল-হিমন্ত-মহনৰ প্ৰতীকী শৱদেহ লৈ প্ৰতিবাদত তাই আহোম যুৱ পৰিষদ নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ অসমজুৰি চলি থকা ধাৰাৱাহিক প্ৰতিবাদৰ মাজতে শুকুৰবাৰে মাহমৰাত মুখ্য মন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব আৰু স্থানীয় বিধায়ক… পাৰ্শ্বজ্যোতি গগৈ · January 25, 2019 4:47 pm অসম ত্ৰিপুৰাত প্ৰচাৰৰ বাবে যোৱা কংগ্ৰেছ-চি পি আই এমৰ প্ৰাৰ্থীক আক্ৰমণ বিজেপি কৰ্মীৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰচাৰ অভিযান জোৰদাৰ কৰি তোলাৰ সময়তে বিজেপি নেতৃত্বাধীন ত্ৰিপুৰাত বৃদ্ধি পাইছে নিৰ্বাচনী… পিনাকী দাস · March 29, 2019 8:14 am অসম নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অসমৰ অন্যতম প্ৰাচীন শিক্ষানুষ্ঠান, ১৫৪ বছৰ গৰকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটি আজি উদযাপন কৰা হয়। শনিবাৰে পুৱা ৯… মিণ্টু দাস · November 18, 2018 7:21 am