NORTHEAST NOW (Assamese)
Popular Stories

যোৰহাট লোকসভাত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে গৌৰৱ গগৈ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 4, 2024 3:47 pm

যোৰহাট লোকসভা সমষ্টিত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে গৌৰৱ গগৈ৷যোৰহাট সমষ্টিত ভোট গণনা হোৱাৰ লগে লগে ৰাইজৰ মাজত উৎসুকতা গঢ় লৈ উঠিছে। বৰ্তমান ৬৭৬১৩৭টা ভোটেৰে আগবাঢ়ি আছে কংগ্ৰেছৰ পৰা গৌৰৱ গগৈ। বিজেপিৰ পৰা তপন কুমাৰ গগৈয়ে ৫৪৪৯৮০টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছে। প্ৰায় ১৩১১৫৭ভোটৰ ব্যৱধানত তপন কুমাৰ গগৈ কংগ্ৰেছৰ গৌৰৱ গগৈতকৈ পিছ পৰি আছে৷