NORTHEAST NOW (Assamese)
Popular Stories

২ কেজি চাউলৰ বাবে বৃদ্ধাক হত্যা

Posted by: এন ই নাও নিউজ ব্যুৰো November 17, 2017 9:47 am

টেঙাখাত

২ কেজি চাউলৰ বাবে হত্যা কৰা হৈছে এগৰাকী বৃদ্ধাক। বিশ্বনাথৰ টেঙাখাতত সংঘটিত হৈছে এই ঘটনা। হত্যাৰ বলি হৈছে শান্তি মুণ্ডা নামৰ এগৰাকী বৃদ্ধা। হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লক্ষীৰাম বেঞ্জামিন নামৰ এজন লোকক।