NORTHEAST NOW (Assamese)
Popular Stories

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2025 2:59 pm
চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

হত্যাৰ চাৰি বছৰৰ অন্তত ন্যায় পোৱাৰ দিশে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ পৰিয়াল

ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰে

ভাৰতীয় দণ্ড বিধি ৩৪১/৩২৬/৩০৭/৩০২ৰ অধীনত দোষী সাব্যস্ত কৰে ৰিন্টুক।

কাইলৈ আদালতে ঘোষণা কৰিব হত্যাকাৰী ৰিন্টু শৰ্মাৰ শাস্তি

উল্লেখ্য যে,
২০২১ চনৰ ২১ আগষ্টত নৃশংসভাবে হত্যা কৰা হৈছিল নন্দিতা শইকীয়াক।