NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড-১৯ৰ ঔষধৰ পৰা বাদ পৰিব নেকি ৰেমডেছিৱিৰ? কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 6:35 pm
ক’ভিড-১৯ৰ ঔষধৰ পৰা বাদ পৰিব নেকি ৰেমডেছিৱিৰ? কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই

কোভিড-১৯ চিকিৎসা পদ্ধতিৰ পৰা প্লাজমা থেৰাপি বাদ পৰাৰ পাছত অতি সোনকালে ৰেমডেছিৱিৰো বাদ পৰা যাব পাৰে।

শেহতীয়াকৈ দিল্লীৰ গংগা ৰাম হস্পিতালৰ অধ্যক্ষ ডি এছ ৰানাই এই ভাষ্য প্ৰদান কৰিছে।

তেওঁ কয় যে যোৱা বৰ্ষৰে পৰা বিশ্ব স্বাস্থ্য সংস্থাই এই ঔষধবিধৰ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল।

শেহতীয়াকৈ পুনৰ সংস্থাটোৱে সতৰ্ক কৰি দিয়ে ৰেমডিছিৱিৰে ক’ভিড-১৯ আৰোগ্য কৰাৰ কোনো উপযুক্ত প্ৰমাণ নাই।

তাৰপাছতে অধ্যক্ষগৰাকীয়ে এই ভাষ্য প্ৰদান কৰিছে।