NORTHEAST NOW (Assamese)

APDCL Recruitment Update বাতিল কৰা হৈছে APDCLৰ নিযুক্তি প্ৰক্ৰিয়া; প্ৰশাসনিক কাৰণত বাতিলৰ উল্লেখ জাননীত

November 13, 2021 11:55 am · জাহ্নৱী বৰুৱা, গুৱাহাটী
Updated: November 13, 2021 12:18 pm

APDCL Recruitment Update বাতিল কৰা হৈছে APDCLৰ নিযুক্তি প্ৰক্ৰিয়া। এক জাননীযোগে এই কথা জনাইছে APDCLৰ কৰ্তৃপক্ষই।

ডেপুটি জেনেৰেল মেনেজাৰ পদৰ বাবে হ’বলগীয়া নিযুক্তি  প্ৰক্ৰিয়া বাতিল কৰা হৈছে।

উল্লেখ্য যে যোৱা ২৭ আগষ্টত অনুষ্ঠিত হৈছিল এই পদৰ বাবে লিখিত পৰীক্ষা।

প্ৰশাসনিক কাৰণত এই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা বুলি উল্লেখ কৰা হৈছে জাননীত।

ইয়াৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। 

Related News