NORTHEAST NOW (Assamese)

অসম লোক সেৱা আয়োগৰ ফলাফল ঘোষণাঃ এচিএছ তালিকাৰ শীৰ্ষত ৰছিকা ইছলাম

January 17, 2024 8:49 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম লোক সেৱা আয়োগে আজি ঘোষণা কৰিছে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (CCE) 2022-ৰ ফলাফল।

ঘোষিত ফলাফলত লোক সেৱা আয়োগে অসামৰিক সেৱাৰ (এচিএছ) বাবে ৮৬ মুঠ জন প্ৰাৰ্থীক বাচনি কৰিছে।

অসামৰিক সেৱাৰ শীৰ্ষস্থান লাভ কৰিছে ধুবুৰীৰ ৰছিকা ইছলামে।

আনহাতে, আছাম পুলিচ চাৰ্ভিচ (এপিএছ)ৰ বাবে মুঠ ৬৫ জন প্ৰাৰ্থীক বাচনি কৰিছে আয়োগে।

হোজাইৰ ৰোহিত চৌধুৰীয়ে এপিএছ তালিকাত শীৰ্ষস্থান দখল কৰিছে।

সম্পূৰ্ণ ফলাফল তালিকাঃ

APSC Results_CCE_2022

Related News