NORTHEAST NOW (Assamese)
অসম

মুক্তিৰ পূৰ্বেই সোৱাদ লওক নীল আকাশৰ নতুন গীতৰ ||Video

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2019 9:56 pm
Assam singer Neel Akash's new music video promo

২৩ জুনত মুকলি হোৱাৰ দিশে আগবাঢ়িছে অসমৰ জনপ্ৰিয় গায়ক নীল আকাশৰ এটা নতুন মিউজিক ভিদিঅ’।

Assam singer Neel Akash's new music video promo
নীল আকাশ। ছবি সৌজন্য– ফেন ক্লাবৰ ফে’চবুক

‘মৰীচিকা’ শীৰ্ষক ভিদিঅ’টোৰ প্ৰ’ম’ গুৰুবাৰে মুকলি কৰা হৈছে।

আকাশে কণ্ঠদান কৰা গীতটোত অভিনয় কৰিছে চুভাচিচ ৰিয়ান, দুৰ্গাশ্ৰী বৰা আৰু অৰ্চিতা দত্তই।

Assam singer Neel Akash's new music video promo
অভিনেত্ৰী দুৰ্গাশ্ৰী বৰা। ছবি সৌজন্য– টুইটাৰত ৰাজহুৱা কৰি থোৱা ছবি।

গীতটোৰ সংগীত জুন জুনাকৰ, কথা-সুৰ পংকজ কলিতা, গৌৰাংগ কিশোৰৰ।

ভিদিঅ’ পৰিচালনা বিকাশ বৰুৱাৰ। চিত্ৰগ্ৰহণ সৌৰভ শইকীয়াৰ।

গীতটোৰ প্ৰযোজক দীপক বৰা।