NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

ফিজিক্সত পাইছিল মাত্ৰ ৯, ‘ডাক্তৰ’ হ’ব বিচৰা পুত্ৰৰ বাবে পিতৃয়ে ১০ লাখত কিনিছিল NEET-ৰ প্ৰশ্নকাকত

সমগ্ৰ দেশতে NEET বিতৰ্কৰ অন্ত পৰা নাই। পৰীক্ষা বাতিল হোৱাৰ পিছত প্ৰতিদিনে চিবিআইৰ তদন্তত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য ওলাই পৰিছে। শেহতীয়াকৈ…

এন ই নাও নিউজ, গুৱাহাটী · May 16, 2026 11:08 am
অসম

লখিমপুৰত ২০ কোটিৰো অধিক টকাৰ ক্ষুদ্ৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগ; প্ৰতাৰণাৰ বলি বহু মহিলা

জিলাত বিগত তিনি বছৰে কেইবা ডজনো গ্ৰাম্য মহিলা উদ্যোগীক এদল কেলেংকাৰী চক্ৰই প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। জিলাখনৰ লালুকৰ পদ্মপুৰ অঞ্চলত কেইবা…

এন ই নাও নিউজ, লখিমপুৰ · May 16, 2026 10:15 am
দেশ

“যিসকলে দল এৰি যাব বিচাৰে তেওঁলোক যাব পাৰে” : নিৰ্বাচনত পৰাজয়ৰ পিছত মমতা বেনাৰ্জীৰ ডাঙৰ ঘোষণা

শেহতীয়া বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ ডাঙৰ পৰাজয়ৰ পিছত দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ সৈতে হোৱা…

এন ই নাও নিউজ, গুৱাহাটী · May 16, 2026 9:55 am
আন্ত: ৰাষ্ট্ৰীয়

চীনৰ উপহাৰ চীনতে পেলাই বিমানত উঠিল ট্ৰাম্পৰ সংগীসকল : কি এই বিশেষ নিৰাপত্তা ব্যৱস্থা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শেহতীয়া চীন ভ্ৰমণক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিংৰে বৈঠক সামৰি দেশলৈ উভতি…

এন ই নাও নিউজ, গুৱাহাটী · May 16, 2026 9:37 am
দেশ

মাত্ৰ ১৮ দিনৰ বাবে মজুত আছে তেল : যুদ্ধৰ ফলত ভাৰতৰ খাৰুৱা তেলৰ ভাণ্ডাৰ ১৫ শতাংশ হ্ৰাস

আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ ফলত হৰমুজ প্ৰণালী বন্ধ হৈ পৰিছে। ইয়াৰ পোণপটীয়া প্ৰভাৱ ভাৰতৰ খাৰুৱা তেলৰ ভাণ্ডাৰৰ ওপৰত পৰিছে।…

এন ই নাও নিউজ, গুৱাহাটী · May 16, 2026 9:24 am
অসম

অসহনীয়! ৰাজস্থানৰ হোষ্টেলৰ পৰা উদ্ধাৰ NEET পৰীক্ষাৰ্থীৰ মৃতদেহ; হতাশ হৈ পৰিছিল প্ৰদীপ

ৰাজস্থানৰ হোষ্টেলৰ পৰা উদ্ধাৰ হৈছে এজন NEET পৰীক্ষাৰ্থীৰ চিপ লোৱা মৃতদেহ। চাৰিবছৰ ধৰি তেওঁ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। তেওঁ এইবাৰ NEET পৰীক্ষাতো…

এন ই নাও নিউজ, গুৱাহাটী · May 16, 2026 9:21 am
অসম

আছিল NTA-ৰ বিষয়া, ‘গোপন’ টিউচনত ফাদিল প্ৰশ্নকাকত! চিবিআইৰ জালত ‘মাষ্টাৰমাইণ্ড’ শিক্ষক

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল গোচৰত চিবিআইয়ে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। দুসপ্তাহমান তদন্তৰ অন্তত পোহৰলৈ আহিছে প্ৰশ্নকাকত ফাদিলৰ আঁৰৰ মূল দোষীৰ নাম।…

এন ই নাও নিউজ, গুৱাহাটী · May 16, 2026 8:20 am
দেশ

ৰুছ-ইউক্ৰেইন যুদ্ধত নিহত ৰাছিয়ান সৈনিক : বিদেহ আত্মাৰ শান্তিৰ বাবে গয়াত পিণ্ডদান কৰিলে পৰিয়ালে

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা দীৰ্ঘদিনীয়া যুদ্ধই বহুতৰে জীৱনলৈ অন্ধকাৰ নমাই আনিছে। এই যুদ্ধত প্ৰাণ হেৰুওৱা এজন ৰাছিয়ান সৈনিকৰ পৰিয়ালে তেওঁৰ…

এন ই নাও নিউজ, গুৱাহাটী · May 16, 2026 7:40 am
শীর্ষ সংবাদ

হান্টাভাইৰাছ কি? কোভিডৰ দৰেই নেকি ভয়ংকৰ? জানক বিশেষজ্ঞসকলৰ মতামত

আৰ্জেন্টিনাৰ পৰা যাত্ৰা আৰম্ভ কৰা এম ভি হন্ডিয়াছ নামৰ এখন জাহাজত শেহতীয়াকৈ হান্টাভাইৰাছৰ প্ৰাদুৰ্ভাৱক লৈ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে এই…

এন ই নাও নিউজ, গুৱাহাটী · May 16, 2026 6:40 am
দেশ

মোদীৰ আহ্বান মৰ্মে সপ্তাহত দুদিন ৱৰ্ক ফৰ্ম হোম কৰিব উচ্চতম ন্যায়ালয়ে! সঁচাকৈয়ে আৰ্থিক জৰুৰীকালিন অৱস্থালৈ গতি কৰিছে নেকি দেশে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশত ইন্ধন ৰাহিৰ বাবে এইবাৰ আগবাঢ়ি আহিছে ভাৰতৰ উচ্চতম ন্যায়ালয়। কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2026 9:45 pm