Author: এন ই নাও নিউজ, গুৱাহাটী
ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী
পুৱাৰে পৰা কমেও ৫ হাজাৰ দিল্লী আৰক্ষী সাজু। আৰ এ এফ, কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছিল। কিন্তু যেতিয়া পুৱা আগবাঢ়িল, তেতিয়া দিল্লী…
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক
নিট পৰীক্ষাৰ প্ৰশ্ন ফাদিল হোৱাৰ প্ৰতিবাদত আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত সোমবাৰে ‘কক্ৰোচ জনতা পাৰ্টী’ চমুকৈ চিজেপিৰ নেতৃত্বত উলিওৱা ‘সংসদ চলো’ কাৰ্যসূচীক লৈ…
ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?
ছিকিমত ভয়ংকৰ দুৰ্ঘটনা ঘটিছে। ৰাজ্যৰ নামচি জিলাৰ এটা নিৰ্মাণাধীন সুৰংগৰ বাহিৰত এক বৃহৎ ভূমিস্খলন ঘটে। যাৰ ফলত ৭ জন লোকৰ মৃত্যু হৈছে।…
ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই সোমবাৰে একেৰাহে দশমটো নিশাৰ বাবে ইৰাণৰ ওপৰত সামৰিক আক্ৰমণ চলাইছে। এজন আমেৰিকান সেনা নিহত হোৱা আৰু কুৱেইট, জৰ্ডান তথা…
ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত
ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত দ্বিপাক্ষিক চুক্তিৰ প্ৰতিবাদত দেশ বাচাও মৰ্চাই মহাপঞ্চায়তৰ আহ্বান জনাইছে। মঙলবাৰে দিল্লীৰ কিষাণ ঘাটত অনুষ্ঠিত হ’ব মহাপঞ্চায়ত। ইয়াত যোগদান কৰিবলৈ ইতিমধ্যে…
ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা
ইৰাণ যুদ্ধৰ মাজতে ইউক্ৰেইনৰ এখন বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। এই ঘটনাত ৪ জন ভাৰতীয় নাৱিকৰ মৃত্যু হৈছে। কিয়েভে এই আক্ৰমণৰ…
ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ
ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰকে চমুকে ডিচিজিআই দেশৰ প্ৰথমটো ডেংগু ভেকচিনৰ বজাৰ অনুমোদন প্ৰদান কৰিছে। টেকেডা বায়’ফাৰ্মাচিউটিকেলছ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৱে বিকাশ কৰা ‘কিউডেংগা’ নামৰ…
গুৰু-শিষ্যৰ যুঁজত গুৰুৰ বিজয়: নিজৰ গুৰুৰ হাততেই পৰাস্ত হ’ল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কালোনী
শেহতীয়াকৈ সমাপ্ত হোৱা বিশ্বকাপৰ ফাইনেলখন কেৱল দুটাকৈ প্ৰজন্মৰ শ্ৰেষ্ঠ খেলুৱৈৰ মাজতেই সীমাবদ্ধ নাছিল, ই আছিল দুজন প্ৰশিক্ষকৰ ফুটবল মস্তিষ্কৰো এক তীব্ৰ যুঁজ।…
দিল্লী সংঘৰ্ষৰ গোচৰত নতুন পাক: দেৱাংগনা কলিতাক নথি-পত্ৰ প্ৰদানৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
সোমবাৰে উচ্চতম ন্যায়ালয়ে ২০২০ চনৰ দিল্লী সংঘৰ্ষৰ বৃহৎ ষড়যন্ত্ৰৰ গোচৰত দেৱাংগনা কলিতাক দিল্লী আৰক্ষীয়ে অভিযোগনামাত ব্যৱহাৰ নকৰা নথি-পত্ৰ আৰু তথ্যসমূহ প্ৰদান কৰিবলৈ…
দিল্লীত চিজেপিৰ ‘সংসদ চলো’ কাৰ্যসূচীক লৈ উত্তপ্ত পৰিস্থিতি; কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ সৈতে প্ৰতিনিধি দলৰ বৈঠক
সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি থকাৰ সময়তে নিট-ইউজি (NEET-UG) ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত ‘কক্ৰোচ জনতা পাৰ্টী’য়ে (চিজেপি) ৰূপায়ণ কৰা ‘সংসদ…