Author: এন ই নাও নিউজ, গুৱাহাটী
মোদী-শ্বাহেই শেষ কথা! মুখ্য তথ্য আয়ুক্তৰ নিযুক্তিতো অগ্ৰাহ্য বিৰোধীৰ মতামত
ৰাজহুৱা মঞ্চৰ পৰা প্ৰায়েই মোডী-শ্বাহে ‘সবকা সাথ সবকা বিকাশ’ৰ মন্ত্ৰ উচ্চাৰণ কৰা শুনা যায়। গণতন্ত্ৰৰ ঢাক-ঢোলো কোবায়। কিন্তু মুখ্য তথ্য আয়ুক্ত (চিআইচি)…
অথলে গ’ল সুদৰ্শনৰ শতক, পুনৰ কোহলীৰ বিৰাট ইনিংছ; গুজৰাটক হৰুৱালে বাংগালুৰুৱে
শতক অৰ্জন কৰে প্ৰতিপক্ষৰ খেলুৱৈয়ে। তথাপিও ক্ৰিকেট অনুৰাগীৰ হৃদয়ত সাঁচ বহুৱালে ৮১ ৰানৰ ইনিংছটোৱে। কাৰণ সেইটো বিৰাট কোহলীৰ বেটৰ পৰাই আহিছিল। ‘কিং’…
ৰাতিপুৱা শুই উঠিয়েই হাতত লয় নেকি মোবাইল ফোন? হ’ব পাৰে মস্তিষ্কৰ ভয়ানক ক্ষতি
আজিৰ ব্যস্ততাভৰা জীৱনত আমাৰ বহুতেই চকু মেলাৰ লগে লগে প্ৰথম কামটো হ’ল হাতৰ কাষত থকা ম’বাইল ফোনটো বিচাৰি লোৱাটো। এসময়ত পুৱাৰ সময়খিনি…
আঢ়ৈ বছৰীয়া শিশুক মহতীয়াই নিলে মাহীন্দ্ৰা থাৰে : পল্টন বজাৰত উত্তপ্ত পৰিস্থিতি
গুৱাহাটীৰ পল্টনবজাৰ অঞ্চলত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই দুৰ্ঘটনাত ৰাহেলা খাতুন নামৰ এটি মাত্ৰ আঢ়ৈ…
আৰক্ষীৰ জিম্মাত দিপাংকৰ গগৈৰ মৃত্যু! চিবিআই তদন্ত বিচাৰি পৰিয়ালৰ আবেদনৰ ভিত্তিত অসম চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ
যোৰহাটৰ যুৱক দিপাংকৰ গগৈৰ আৰক্ষীৰ জিম্মাত নিৰ্যাতন আৰু মৃত্যুৰ অভিযোগৰ চিবিআই তদন্তৰ দাবীৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে তেওঁৰ ভগ্নী ৰিমলী গগৈ শইকীয়া।…
ৰাঘৱ চাদ্ধাসহ ৭ সাংসদৰ বিজেপিত যোগদান, পঞ্জাববাসীক বিজেপিৰ প্ৰতাৰণা বুলি ক্ষোভ কেজৰিৱালৰ
আম আদমী পাৰ্টী চমুকৈ আপত এক বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে। শুকুৰবাৰে আপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাঘৱ চাদ্ধাই আন ছয়গৰাকী সাংসদৰ সৈতে…
জুবিন হত্যাকাণ্ড: ২৮ এপ্ৰিলত হ’ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি
জুবিন হত্যাকাণ্ডৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানিৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ বিচাৰক শৰ্মিলা ভূঞাই অহা ২৮ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছে।…
আমি একেলগে আগুৱাই যাম নহ’লে একেলগে ডুব যাম: দেশৰ বিশিষ্ট মুছলমান ব্যক্তিসকলৰ সৈতে অজিত ডোভালৰ গুৰুত্বপূৰ্ণ বৈঠক
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে শেহতীয়াকৈ দেশৰ কেইগৰাকীমান বিশিষ্ট মুছলমান ব্যক্তিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ভৱনত অনুষ্ঠিত…
আৰু কিমান আসন লাভ কৰিলে ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে?
ৰাষ্ট্ৰীয় ৰাজনীতিত দেখা গৈছে এক অভূতপূৰ্ব পৰিৱৰ্তন। নিঃশেষ হোৱাৰ পথত আম আদমি পাৰ্টিৰ সংসদীয় শক্তি। আজি আম আদমি পাৰ্টি ত্যাগ কৰি ৭…
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীৰে বিৰোধীৰ পুনৰ নতুন জাননী দাখিল
শুকুৰবাৰে অৰ্থাৎ ২৪ এপ্ৰিল তাৰিখে বিৰোধী দলসমূহে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক নিজৰ পদৰ পৰা আঁতৰোৱাৰ বাবে এখন নতুন জাননী দাখিল কৰিছে।…