Author: এন ই নাও নিউজ, গুৱাহাটী
ঐতিহাসিক এম. চি. মেহতা গোচৰৰ নিষ্পত্তি: দিল্লীৰ বায়ু প্ৰদূষণৰ বিৰুদ্ধে চলা চাৰি দশকজোৰা আইনী যুঁজৰ অন্ত
ভাৰতৰ পৰিৱেশ সুৰক্ষা আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱা পৰিৱেশ কৰ্মী এম. চি. মেহতাৰ জনস্বাৰ্থ জড়িত গোচৰটোৰ…
কিউবাত শক্তি সংকট আৰু খাদ্যৰ নাটনিৰ বাবে চৰকাৰী কাৰ্যালয়ত লুটপাত
কিউবাত চলি থকা তীব্ৰ বিদ্যুৎ সংকট আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। এই অসন্তুষ্টিৰ পৰিণতিত দেশখনৰ…
এটা যুগৰ পৰিসমাপ্তি! বিখ্যাত জাৰ্মান দাৰ্শনিক জুৰ্গেন হাবাৰমাছৰ পৰলোকপ্ৰাপ্তি
যুদ্ধোত্তৰ জাৰ্মানীৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ আৰু সমাজ সমালোচক জুৰ্গেন হাবাৰমাছৰ ৯৬ বছৰ বয়সত দেহাৱসান হয়। শনিবাৰে তেওঁৰ প্ৰকাশক প্ৰতিষ্ঠান ছুহৰকাম্পে এই দুঃখবৰটো…
‘দেৱসেনা’ৰ বিয়া! প্ৰভাস নহয়, কাৰ লগত বিবাহবন্ধনত দক্ষিণ ভাৰতীয় সুন্দৰী অনুষ্কা শ্বেট্টী?
দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শ্বেট্টীৰ অনুৰাগীসকল তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰতি অন্তহীন কৌতুহলী। বিশেষকৈ ‘বাহুবলী’ চিনেমাখনৰ আকাশলংঘী সফলতাৰ পাছত পৰ্দাত…
‘তেজ দিম কিন্তু মাটি নিদিওঁ…’, ভাৰতৰ পৰা আমেৰিকাক সকীয়াই দিছে ইৰাণে
মধ্যপ্ৰাচ্যৰ যুদ্ধ শান্ত হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। ইয়াৰ বিপৰীতে আৰু বৃদ্ধিহে পাব পাৰে। ইৰাণৰ নেতাৰ নতুন বাৰ্তাৰ পিছত যেন এই…
অসমসহ ৪ খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা! বিয়লি সংবাদমেল নিৰ্বাচন আয়োগৰ
অসম, পশ্চিমবংগ, তামিলনাডুকে ধৰি চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হ’ব। দেশজুৰি বৃহৎ নিৰ্বাচনী যুঁজৰ কাউণ্টডাউন…
কেৱল আয়ৰ জৰিয়তে অ’বিচিৰ ‘ক্ৰিমী লেয়াৰ’ৰ মৰ্যাদা নিৰ্ধাৰণ সম্ভৱ নহয়: উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে অন্যান্য পিছপৰা শ্ৰেণী বা অ’বিচি কোটাৰ পৰা কোনো প্ৰাৰ্থীক বাদ দিয়াৰ সিদ্ধান্ত কেৱল অভিভাৱকৰ আয়ৰ ভিত্তিত…
অসম বিধানসভা নিৰ্বাচন ২০২৬: কংগ্ৰেছে প্ৰকাশ কৰিলে ২৩ গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা
শনিবাৰে সন্ধিয়া ২০২৬ চনৰ আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ২৩ গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। দলটোৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ…
‘PNG সংযোগ থাকিলে নাপাব LPG চিলিণ্ডাৰ’, পেট্ৰ’ল-ডিজেলৰ বাবেও কঠোৰ নিৰ্দেশনা জাৰি কেন্দ্ৰৰ
পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে গেছৰ বজাৰখন অস্থিৰ হৈ পৰিছে। পুৱাৰে পৰা ডিলাৰৰ দোকানত শাৰী পাতিছে সাধাৰণ মানুহে। প্ৰথম অৱস্থাত এই সংকটৰ কথা…
হালধি পানীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু মেদবহুলতা কেনেকৈ কমাব পাৰি জানক
বৰ্তমান সময়ত আমাৰ চৌপাশৰ পৰিৱেশত যথেষ্ট পৰিৱৰ্তন আহিছে আৰু ইয়াৰ লগে লগে বিভিন্ন ঋতুভিত্তিক ৰোগৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পাইছে। আমাৰ পাকঘৰত থকা কিছুমান…