Author: এন ই নাও নিউজ, গুৱাহাটী
আদিত চন্দ্ৰ ৰাভা, প্ৰণৱ দলেৰ গ্ৰেপ্তাৰ আৰু চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে ১৬ জুলাইত গুৱাহাটীত নাগৰিক সভা
জনজাতীয় আৰু খাটিখোৱা মানুহৰ ভূমি অধিকাৰ ৰক্ষাৰ আন্দোলনৰ নেতা প্ৰণৱ দলে, আদিত চন্দ্ৰ ৰাভা আৰু তেওঁলোকৰ সতীৰ্থসকলক গ্ৰেপ্তাৰৰ প্ৰতিবাদত অহা ১৬ জুলাইত…
লিঅ’নেল মেছিক আৰ্জেণ্টিনাৰ দুৰ্বলতা আখ্যা ৱেইন ৰুনীৰ; মেচৰ পূৰ্বে ইংলেণ্ডক সতৰ্কবাণী মিকাহ ৰিচাৰ্ডছৰ
পেছাদাৰী ফুটবল জীৱনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দল আৰ্জেণ্টিনাৰ হৈ ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিবলৈ সাজু হোৱা লিঅ‘নেল মেছিক লৈ ক্ৰীড়া বিশেষজ্ঞসকলৰ মাজত ব্যাপক…
৮ কেজি ওজন কমিল সোনম ৱাংচুকৰ, অনশনত স্বাস্থ্যৰ অৱনতি! ৰাহুল গান্ধীক যন্তৰ মন্তৰলৈ যাবলৈ আহ্বান উদ্ধৱ থাকৰেৰ
নিটকে ধৰি আন বহুতো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বিতৰ্কৰ পাছতেই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিয়ে…
বিজেপিৰ ১০০ কোটি টকাৰ মানহানি গোচৰৰ জাননী পত্ৰক ‘লাভ লেটাৰ’ আখ্যা ওমৰ আব্দুল্লাৰ
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই বিজেপিৰ পৰা লাভ কৰা ১০০ কোটি টকাৰ মানহানিৰ আইনী নোটিছক লৈ তীব্ৰ কটাক্ষ কৰিছে।…
পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে চি জে পিৰ প্ৰতিবাদলৈ অসম জাতীয় পৰিষদৰ সমৰ্থন: অৱনতি ঘটিছে সোণম ৱাংচুকৰ স্বাস্থ্যৰ
দেশৰ পৰীক্ষা ব্যৱস্থাত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টি চমুকে চি জে পিয়ে দিল্লীৰ যন্তৰ মন্তৰত চলাই থকা প্ৰতিবাদ দেওবাৰে তেইশ…
সংস্থাপনৰ অপেক্ষাত ৰাজ্যৰ ১৫ লক্ষাধিক যুৱক-যুৱতী! সদনত প্ৰকাশ কৰিলে পঞ্জীয়নভুক্ত নিবনুৱাৰ উদ্বেগজনক তথ্য
অসমত বৰ্তমান ১৫.৪৩ লাখৰো অধিক লোক সক্ৰিয় চাকৰি প্ৰত্যাশী হিচাপে পঞ্জীয়নভুক্ত হৈ আছে বুলি ১৩ জুলাইত ৰাজ্য চৰকাৰে অসম বিধানসভাত আনুষ্ঠানিকভাৱে অৱগত…
তামিলনাডুত গো-বধৰ ওপৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে
উচ্চতম ন্যায়ালয়ে তামিলনাডুত গো-বধ বা পশুধন কাটিবলৈ দিয়াৰ ওপৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে জাৰি কৰা নিষেধাজ্ঞা স্থগিত ৰাখিছে। উচ্চ ন্যায়ালয়ৰ ৰায়টোক প্ৰত্যাহ্বান জনাই…
ইৰানৰ হিট লিষ্টত ট্ৰাম্প, মেলোনী, মেক্ৰনসহ ১৩ বিশ্বনেতা! জাৰি হ’ল মৃত্যু পৰোৱানা
প্ৰাক্তন উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছিল তেওঁৰ পুত্ৰ মোজতবা খামেনেইয়ে। সেই অনুসৰিয়েই এইবাৰ ইৰান প্ৰশাসনে প্ৰক্ৰিয়া আৰম্ভ…
বদ্ৰীনাথ মন্দিৰৰ দান-বৰঙণি জালিয়াতি : বি.কে.টি.চি.ৰ প্ৰাক্তন কৰ্মচাৰী গ্ৰেপ্তাৰ
উত্তৰাখণ্ডৰ পবিত্ৰ বদ্ৰীনাথ ধামত ভক্তই আগবঢ়োৱা দান-বৰঙণি আৰু ধন হৰলুকী কৰাৰ গুৰুতৰ অভিযোগত শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ এজন নিলম্বিত কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ…
পৰিৱেশ ৰক্ষাত ব্যৰ্থ ভাৰত! বৈশ্বিক সূচকাংকত তলৰ পৰা দ্বিতীয় স্থানত দেশ, দক্ষিণ এছিয়াৰ ভিতৰত সৰ্বনিম্ন
শেহতীয়াকৈ প্ৰকাশিত ২০২৬ বৰ্ষৰ পৰিৱেশ প্ৰদৰ্শন সূচকাংকত ভাৰতে এক হতাশজনক প্ৰদৰ্শন দাঙি ধৰিছে। য়েল আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰস্তুত কৰা এই গোলকীয়…