Author: এন ই নাও নিউজ, গুৱাহাটী
পৰিৱেশ আদালতৰ স্থিতি সলনি: ২০২০ চনৰ পৰা ২০২৫চনলৈ উদ্যোগপতিৰ পক্ষত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ অধিক ৰায়দান
২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ চমুকৈ এন জি টিৰ কাম-কাজ আৰু ৰায়দানৰ ধাৰাত এক ডাঙৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে।…
অসম চৰকাৰৰ দ্বাৰা প্রকাশিত ভূপেন হাজৰিকা সম্পৰ্কীয় পুথিত বাৰেপাচি ভুল: ৪ কোটি ৬লাখ টকীয়া গ্ৰন্থ বাজেয়াপ্তৰ দাবী
অসম চৰকাৰৰ উদ্যোগত তথা অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱনভিত্তিক গ্ৰন্থক লৈ বৰ্তমান ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি…
বহু আলৈ-আথানিৰ পিছত দোষমুক্ত কেজৰিৱাল আৰু মনীষ চিছ’দিয়া; প্ৰশ্নৰ সন্মুখীন ইডি-চিবিআই
দিল্লীৰ বহু চৰ্চিত আবকাৰী বা সুৰা নীতিৰ গোচৰত আম আদমী পাৰ্টিৰ দুই শীৰ্ষ নেতাই ডাঙৰ সকাহ পালে। নতুন দিল্লীৰ ৰাউজ এভিনিউ আদালতে…
বীমাৰ পৰা গেছৰ দামলৈকে, এপ্ৰিলৰ পৰা এলানি পৰিৱৰ্তন; কোনবোৰ ক্ষেত্ৰত খৰচ বৃদ্ধি পাব, ক’ত হ্ৰাস পাব?
মাৰ্চ মাহৰ আৰম্ভণিলৈ মাত্ৰ দুটা দিন বাকী। আৰু তাৰ পিছতে এপ্ৰিল মাহ আহি আছে। আৰু ১ এপ্ৰিলৰ পৰা আমাৰ দৈনন্দিন জীৱনত কেইবাটাও…
পৰিচালকক অপহৰণ কৰি হকী ষ্টিকেৰে প্ৰহাৰৰ অভিযোগ; অভিনেত্ৰীকে ধৰি ১১জনক গ্ৰেপ্তাৰ
কৰ্ণাটকৰ এগৰাকী চলচ্চিত্ৰ পৰিচালকক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। তেওঁক অপহৰণ কৰি ক্ৰিকেট ষ্টাম্প আৰু হকী ষ্টিকেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। টি…
পৰিৱেশ সুৰক্ষাৰ নামত আদালতত এতিয়া কেৱল নাটকহে চলিছে- উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ দীপক গুপ্তাৰ বিস্ফোৰক মন্তব্য
ৰাজস্থানৰ নিমলিত অলপতে অনুষ্ঠিত হোৱা অনিল আগৰৱালা ডাইলগ ২০২৬ শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ দীপক গুপ্তাই দেশৰ বৰ্তমানৰ…
স্কুল বাছৰ ভিতৰত সাত ঘণ্টা আৱদ্ধ হৈ থাকিল পাঁচ বছৰীয়া শিশু, বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ
নয়ডাৰ এখন ব্যক্তিগত বিদ্যালয়ত এক অতি ভয়ংকৰ আৰু দায়িত্বহীন কাণ্ড পোহৰলৈ আহিছে। এজন পাঁচ বছৰীয়া ছাত্ৰই বিদ্যালয়লৈ গৈ থকা অৱস্থাত বাছৰ ভিতৰতে…
টি-২০ বিশ্বকাপৰ মাজতে ভাৰতীয় দলত শোকৰ ছাঁ; পিতৃহাৰা হ’ল ৰিংকু সিং
ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ পৰিয়ালত গভীৰ শোকৰ ছাঁ। পিতৃ খচন্দ্ৰ সিঙক হেৰুৱালে ৰিংকুৱে। দীৰ্ঘদিন ধৰি তেওঁ লিভাৰ কেন্সাৰৰ সৈতে যুঁজি আছিল। গ্ৰেটাৰ…
প্ৰতিবাদী সমদলক লৈ আৰক্ষীৰ সৈতে জেএনইউৰ শিক্ষাৰ্থীৰ সংঘৰ্ষ; কমেও ৫০ জনক আটক
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই একাধিক বিষয়ত প্ৰতিবাদী সমদলৰ আহ্বান জনাইছিল। জে এন ইউ কেম্পাছৰ পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয়লৈ দীঘলীয়া পদযাত্ৰাৰ…
মহাৰাষ্ট্ৰত দুবছৰত সন্ধানহীন ৯৩ হাজাৰৰো অধিক মহিলা; কিয় ইমান নিৰুদ্দেশৰ ঘটনা?
শুনিয়েই চকু কপালত উঠা ঘটনা। যোৱা দুবছৰত মহাৰাষ্ট্ৰত ৯৩ হাজাৰৰো অধিক মহিলা সন্ধানহীন হৈছে। চৰকাৰী তথ্য অনুসৰি ইয়াৰে ৬৭ হাজাৰৰো অধিক মহিলাক…