Author: এন ই নাও নিউজ, গুৱাহাটী
ৰাজ্যসভা নিৰ্বাচনত বিজেপিয়ে দুখন আসনৰ বাবে দিব ১০-১২ জনৰ নাম, দিল্লীয়ে লগাব চূড়ান্ত মোহৰ
অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যসভাৰ তিনিখন আসনৰ ভিতৰত দুখন আসনৰ বাবে ১০ৰ পৰা ১২ জনৰ নামৰ…
‘মই ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰিম’- জুবিন মৃত্যুৰ গোচৰক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান…
এন চি পি নেতা শাৰদ পাৱাৰৰ শাৰীৰিক অৱস্থাৰ অৱনতি! জৰুৰীভাৱে পুনেৰ চিকিৎসালয়ত ভৰ্তি
এন চি পি নেতা শাৰদ পাৱাৰৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছে। পুনেৰ এখন ব্যক্তিগত চিকিৎসালয়ত পুনৰ ভৰ্তি কৰোৱা হৈছে জ্যেষ্ঠ নেতাগৰাকীক। প্ৰথম অৱস্থাত…
আমেৰিকাৰ বাণিজ্য চুক্তিক লৈ তীব্ৰ ক্ষোভঃ দেশজোৰা আন্দোলন আৰম্ভ কৰিব সংযুক্ত কিষাণ মৰ্চাই
আমেৰিকাৰ সৈতে প্ৰস্তাৱিত বাণিজ্যিক চুক্তিক “জনবিৰোধী” আৰু “ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব বিৰোধী” বুলি অভিহিত কৰি কৃষক সংগঠনৰ একত্ৰিত মঞ্চ সংযুক্ত কিষাণ মৰ্চাই কেন্দ্ৰীয় বাণিজ্য…
নিৰ্বাচনত হাৰি ভোটাৰৰ দুৱাৰে দুৱাৰে পৰাজিত প্ৰাৰ্থী: বিতৰণ কৰা নগদ ধন আৰু উপহাৰ ঘূৰাই বিচাৰি হাহাকাৰ
তেলেংগানাৰ পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এসপ্তাহৰ পাছত এতিয়া ৰাজ্যখনৰ কেইবাখনো চহৰত এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিৰ্বাচনত পৰাজিত হোৱা কেইবাজনো প্ৰাৰ্থীয়ে…
বিজেপিত যোগদানৰ সময়ত তেজ লগা চোলা কিয় পিন্ধি আহিল ভূপেন বৰাই? নিজ মুখে কৰিলে ব্যাখ্যা
অসমৰ ৰাজনীতিৰ বাবে আজি এক বিশেষ ঐতিহাসিক দিন হিচাপে বিবেচিত হৈছে। দীৰ্ঘদিনৰ চৰ্চাৰ অন্ত পেলাই অৱশেষত কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিলে…
ট্ৰাক আৰু আৰক্ষীৰ ভ্যানৰ মাজত মুখামুখি সংঘৰ্ষ! ৫ জন আৰক্ষী নিহত, ৩জনৰ অৱস্থা সংকটজনক
দেওবাৰে পুৱা ওড়িশাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত ৫ আৰক্ষী জোৱানৰ মৃত্যু হয়। এখন বৃহৎ মালবাহী গাড়ী আৰু আৰক্ষীৰ ভ্যানৰ…
বেংগালুৰুৰ গ্ল’বেল হিউমেন পিছ ইউনিভাৰ্চিটিক ভুৱা শিক্ষানুষ্ঠান আখ্যা বিশ্ববিদ্যালয় অনুদান আয়োগৰ
বিশ্ববিদ্যালয় অনুদান আয়োগে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ জাননী জাৰী কৰি বেংগালুৰুৰ ৰাজাজিনগৰত অৱস্থিত গ্ল’বেল হিউমেন পিছ ইউনিভাৰ্চিটিক এটা ভুৱা বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰিছে।…
বন্ধ ঘৰত মৃত অৱস্থাত উদ্ধাৰ একেটা পৰিয়ালৰ ৫ জন সদস্য; ৰহস্যৰ উদ্ঘাটনৰ বাবে তদন্তত আৰক্ষী
উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। আমানপুৰ কোতৱালি অঞ্চলৰ এটা ৰোডৰ এটা ঘৰত একেটা পৰিয়ালৰ ৫ জন সদস্যই আত্মহত্যা…
অসমৰ সংবাদ জগতত এটা যুগৰ অন্ত: প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসান
অসমৰ সংবাদ জগতৰ পিতামহ স্বৰূপ প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে আজি পুৱা ৭.৩৫ বজাত ৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ…