NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, অসমীয়া

Popular Stories

ইণ্ডিগোৰ বিমান বাতিল: ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিজৰ অভ্যৰ্থনাত অংশগ্ৰহণ কৰিলে দম্পত্তীয়ে

কৰ্ণাটকৰ হুবল্লীৰ গুজৰাট ভৱনত এক অভূতপূৰ্ব দৃশ্য দেখা গ‘ল, য’ত নৱবিবাহিত দম্পতীয়ে ইণ্ডিগো বিমান বাতিলৰ ফলত নিজৰ অভ্যৰ্থনা অনুষ্ঠানত শাৰীৰিকভাৱে উপস্থিত থাকিব…

এন ই নাও নিউজ, অসমীয়া · December 5, 2025 5:37 pm
Popular Stories

যোৱা পাঁচ বছৰত ৯৯,০০০ হেক্টৰতকৈ অধিক বনাঞ্চল বিভিন্ন প্ৰকল্পৰ বাবে ব্যৱহাৰ: কেন্দ্ৰীয় চৰকাৰৰ তথ্য

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদত জনোৱা অনুসৰি, ২০২০ চনৰ পৰা দেশত ৯৯ হাজাৰ হেক্টৰতকৈ অধিক বনাঞ্চল অবন্য কামত ব্যৱহাৰ কৰা হৈছে। এই বৃহৎ…

এন ই নাও নিউজ, গুৱাহাটী · December 5, 2025 5:13 pm
অসম

তেজপুৰ বিশ্ববিদ্যালয় ৰক্ষাৰ আন্দোলনক সমৰ্থন দিবলৈ অসমৰ ৰাইজলৈ বিশিষ্ট ‎ব্যক্তিৰ আহ্বান

যোৱা ৭৫ দিন ধৰি তেজপুৰ বিশ্ববিদ্যালয়ত অব্যাহত থকা ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীসকলৰ ‎আন্দোলনক সমৰ্থন জনাই অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি তথা বুদ্ধিজীৱীয়ে ৰাইজক…

এন ই নাও নিউজ, গুৱাহাটী · December 5, 2025 4:09 pm
অসম

Lakmé ৰ প্ৰতিষ্ঠাপক চিমোনে টাটাৰ দেহাৱসান; ৯৫ বছৰ বয়সত মৃত্যু প্ৰসাধন জগতৰ সম্ৰাজ্ঞীৰ

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত টাটা ট্ৰাষ্টৰ বৰ্তমানৰ অধ্যক্ষ ন’ৱেল টাটাৰ মাতৃ আৰু কোম্পানীটোৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ সতীয়া মাতৃ চিমোনে…

এন ই নাও নিউজ, গুৱাহাটী · December 5, 2025 1:09 pm
Uncategorized

তেজপুৰ বিশ্ববিদ্যালয়ৰ উত্তেজনা: ড° ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে নিযুক্তি

এক দীঘলীয়া প্ৰতিবাদ তথা উত্তপ্ত পৰিস্থিতিৰ অন্তত অৱশেষত তেজপুৰ বিশ্ববিদ্যালয়ে জ্যেষ্ঠ অধ্যাপক ড°ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক বৃহস্পতিবাৰে নিশা ভাৰপ্ৰাপ্ত উপাচাৰ্য (Acting Vice Chancellor)…

এন ই নাও নিউজ, গুৱাহাটী · December 5, 2025 12:36 pm
অসম

পেন্টাগনৰ বিৰুদ্ধে নিউয়ৰ্ক টাইমছৰ গোচৰ; আমেৰিকাতো সাংবাদিকৰ সাংবিধানিক অধিকাৰ লংঘনৰ অভিযোগ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভাৱশালী বাতৰি কাকত ‘নিউয়ৰ্ক টাইমছে’ আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় পেন্টাগনৰ বিৰুদ্ধে গোচৰ তৰিছে। বাতৰি কাকতখনে নতুন ৰিপোৰ্টিং নিষেধাজ্ঞাৰ বাবে বৃহস্পতিবাৰে…

এন ই নাও নিউজ, গুৱাহাটী · December 5, 2025 12:08 pm
অসম

ৰেপ’ ৰেট  হ্ৰাস পালে ২৫ বেছিছ পইণ্ট; ঘোষণা আৰবিআইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে (Monetary Policy Committee) ৰেপ’ ৰেট সলনি কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে ৰেপ’ ৰেট ২৫ বেছিছ পইণ্ট হ্ৰাস…

এন ই নাও নিউজ, গুৱাহাটী · December 5, 2025 11:09 am
Popular Stories

৪০,৫৫৪ মেট্ৰিক টন কয়লা চুৰি: তদন্তৰ নিৰ্দেশ কমিটীৰ

পূব জয়ন্তীয়া পাহাৰৰ ক’ল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা পৰিচালিত ডিপোত  ৪০,৫৫৪.৭২ মেট্ৰিক টন কয়লা নিৰুদ্দেশ হোৱাৰ বিষয়টো তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি…

এন ই নাও নিউজ, গুৱাহাটী · December 5, 2025 11:04 am
Popular Stories

সামান্য ৰসগোল্লাৰ বাবে ভাঙি গ’ল বিয়া! সকলোকে আচৰিত কৰি কইনাৰ পৰিয়ালে ক’লে… (চাওক ভিডিঅ’)

ৰসগোল্লাৰ বাবে ভাঙি গ’ল এখন বিয়া। বিয়াত ৰসগোল্লাৰ নাটনি হৈছিল। ইয়াৰ বাবেই দৰা-কইনাৰ পৰিয়ালৰ মাজত কাজিয়া আৰম্ভ হয়। বিয়াখন বাতিল কৰা হ’ল।…

এন ই নাও নিউজ, গুৱাহাটী · December 5, 2025 10:13 am
Popular Stories

হোৱাটছএপৰ এআই নীতিৰ বিৰুদ্ধে ইউৰোপীয়ান ইউনিয়নৰ তদন্ত

মেছেজিং এপে আন এআই প্ৰদানকাৰীক বাধা দিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰি ইউৰোপীয় সংঘই হোৱাটছএপৰ কৃত্ৰিম বুদ্ধিমত্তা (এআই) নীতিৰ আনুষ্ঠানিক তদন্ত আৰম্ভ…

এন ই নাও নিউজ, গুৱাহাটী · December 5, 2025 9:59 am