Author: এন ই নাও নিউজ, গুৱাহাটী
১০০ দিন ধৰি নিমাত জগদীপ ধনখড়, অদ্যাৱধি অনুষ্ঠিত নহ’ল বিদায় অনুষ্ঠান!
বুধবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছে কয় যে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় পদত্যাগ কৰাৰ পাছত ১০০ দিন ধৰি সম্পূৰ্ণ নিমাত হৈ আছে। আজি পৰ্যন্ত…
ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ বৃদ্ধি কৰিছে নেকি? আমেৰিকাৰ সৈতে প্লুটনিয়াম চুক্তি বাতিল পুটিনৰ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকাৰ সৈতে হোৱা প্লুটনিয়াম চুক্তি বাতিল কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ উপকূলত পাৰমাণৱিক ক্ষমতাসম্পন্ন চাবমেৰিন নিয়োগ কৰাৰ…
সীমা সমস্যা সমাধানত আগ্ৰহ নাই অসম চৰকাৰ! ব্যৰ্থতা স্বীকাৰ কৰাৰ দাবী আপৰ
উচ্ছেদৰ পিছত অসম – নগালেণ্ড সীমান্তৰ বিশেষকৈ গোলাঘাট জিলাৰ সৰুপথাৰৰ ‘এ’ , ‘বি’ আৰু ‘চি’ চেক্টৰত নগালেণ্ডৰ ফালৰ পৰা অসমৰ লোকৰ ওপৰত…
জাতিগত প্ৰমাণপত্ৰৰ জালিয়াতি! অসম চৰকাৰৰ ৮ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ দাবি এজেএছৱাইপিৰ
অসমত পুনৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি লোৱাৰ পুনৰ অভিযোগ উঠিছে। ভুৱা জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি চাকৰিলোৱা অসম চৰকাৰৰ ৮…
ব্ৰাজিলৰ ওপৰত ট্ৰাম্পৰ শুল্ক বন্ধ কৰাৰ বিৰুদ্ধে বিধেয়ক গৃহীত আমেৰিকাৰ ছিনেটৰ
ৰিপাব্লিকান দলৰ নিয়ন্ত্ৰণত থকা আমেৰিকাৰ ছিনেটে ২৮ অক্টোবৰত এখন নতুন আইন গৃহীত কৰে। এই আইনখনৰ লক্ষ্য হৈছে ব্ৰাজিলৰ পৰা অহা সামগ্ৰীৰ ওপৰত…
ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ’ল জুবিন গাৰ্গৰ চিতাভস্ম; শোকত ম্ৰিয়মাণ পত্নী গৰিমা, ভগ্নী পামী আৰু ভাতৃ অৰুণ
অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ চিতাভস্ম আজি ব্ৰহ্মপুত্ৰ নদত বিসৰ্জন দিয়া হয়। ব্ৰহ্মপুত্ৰৰ প্ৰতি জুবিন গাৰ্গৰ অপাৰ ভালপোৱা আছিল, যাৰ…
শ্ৰীভূমিত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হ’ল কংগ্ৰেছৰ সেৱাদলৰ সভা : তীব্ৰ সমালোচনা শাসক পক্ষৰ
বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত এক সাংগঠনিক সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ‘আমাৰ সোণাৰ বাংলা’ পৰিৱেশন কৰা ঘটনাই ৰাজ্যজুৰি…
ইতিহাসিক মুহূৰ্তঃ প্ৰথমবাৰৰ বাবে গুৱাহাটীত মহিলা বিশ্বকাপৰ ছেমিফাইনেল আয়োজন
ক্ৰিকেট ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্তৰ বাবে সাজু হৈছে অসম। প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব মহিলা আই চি চি বিশ্বকাপ-২০২৫ৰ ছেমিফাইনেল। আজি…
বিহাৰ নিৰ্বাচন: প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ ৪২% ৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ; ৪০% প্ৰাৰ্থী কোটিপতি
বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অংশ লোৱা প্ৰাৰ্থীসকলৰ বিষয়ে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (ADR) আৰু বিহাৰ ইলেকচন ৱাটচৰ এক প্ৰতিবেদনে ৰাজ্যখনৰ ৰাজনীতিত…
যুদ্ধবিৰতিৰ মাজতে গাজাত ইজৰাইলৰ আক্ৰমণ! কমেও ৩০ জন নিহত…
ট্ৰাম্পৰ মধ্যস্থতাত গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰিত হোৱাৰ কিছু দিনৰ পিছতে গাজাত পুনৰ যুদ্ধ বিভীষিকা দেখিবলৈ পোৱা গৈছে। ইজৰাইলৰ…