Author: এন ই নাও নিউজ, গুৱাহাটী
এটা চিঙৰাক কেন্দ্ৰ কৰি হত্যা! বৃদ্ধক তৰোৱালেৰে আক্ৰমণ মহিলাৰ
এটা ছিঙৰাক লৈ হোৱা বিতৰ্কৰ বাবে বিহাৰত ঘটিল হত্যাকাণ্ড! এগৰাকী মহিলাৰ বিৰুদ্ধে তৰোৱালেৰে হত্যা কৰাৰ অভিযোগ উঠিছে। এই ঘটনাই বিহাৰৰ ভোজপুৰ জিলাত…
গোপীনাথ বৰদলৈ পথৰ উৰণীয়া সেঁতু দীঘলীপুখুৰীলৈকে সম্প্ৰসাৰণৰ বিৰোধিতা গুৱাহাটীৰ সচেতন নাগৰিকৰ
নিৰ্মীয়মান নুনমাটি-দীঘলীপুখুৰী সংযোগী উৰণীয়া সেঁতু কামৰূপ জিলা পুথিভঁৰাললৈকে সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে গুৱাহাটীৰ সচেতন নাগৰিক সমাজে। চৰকাৰৰ এই সিদ্ধান্তই ঐতিহাসিক…
ৰাজহুৱা খণ্ডৰ বেংকত নিষ্ক্ৰিয় জন ধন একাউণ্টৰ সংখ্যা ২৬% লৈ বৃদ্ধি: দাবী প্ৰতিবেদনৰ
কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ প্ৰকল্পৰ অধীনত একাউণ্টৰ কাৰ্যকলাপ মন্থৰ হৈ পৰিছে। এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই আঁচনিৰ অধীনত…
বিজেপিৰ ন্যায় যাত্ৰাই প্ৰমাণ কৰিলে যে তদন্তত চৰকাৰ ব্যৰ্থ — আম আদমী পাৰ্টি
বিৰোধী দলবোৰতকৈ একোপ চৰা হৈ শাসকীয় দল বিজেপিয়ে কাইলৈৰ পৰা জিলাই জিলাই আহ্বান জনোৱা ‘ন্যায় যাত্ৰা’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কত আম আদমি…
পুনৰ উত্থান হৈছে আলফাৰ সংগ্ৰাম! নামছাইত সেনাৰ লগত হোৱা সংঘৰ্ষত নিহত আলফা(স্বাঃ)ৰ কেডাৰ
মঙলবাৰে নিশা অৰুণাচল প্ৰদেশৰ নামছাই জিলাত ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ বিদ্ৰোহ বিৰোধী অভিযানত নিহত হয় আলফা (স্বাধীন)ৰ এজন শীৰ্ষ কেডাৰ।…
অপাৰেশ্যন সিন্দূৰৰ পিছত এইবাৰ ম্যানমাৰত ‘চাৰ্জিকেল ষ্ট্ৰাইক’ ভাৰতীয় সেনা বাহিনীৰ
অপাৰেচন সিন্দূৰৰ পিছত এইবাৰ ম্যানমাৰত ‘চাৰ্জিকেল ষ্টাইক’ চলালে ভাৰতীয় সেনা বাহিনীয়ে। খবৰ অনুসৰি ভাৰতীয় সেনাই ড্ৰ’ন আক্ৰমণৰ দ্বাৰা নগা উগ্ৰপন্থী সংগঠন এন…
আকৌ মনোৰঞ্জন জগতত দুঃসংবাদ! মাত্ৰ ৩২ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় গায়ক-অভিনেতা ঋষভ টেণ্ডনৰ
দীপাৱলীৰ পিছদিনাই মনোৰঞ্জন জগতখনতআন এক দুঃসংবাদ। অভিনেতা-গায়ক ঋষভ টেণ্ডনৰ মৃত্যু ঘটিছে। বুধবাৰে দিল্লীত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ঋষভে।…
কেৰালা ভ্ৰমণত দুৰ্ঘটনাগ্ৰস্ত ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ! অৱতৰণৰ সময়ত ভাঙি পৰিল হেলিপেডৰ এটা অংশ
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে কেৰালা ভ্ৰমণৰ সময়ত এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে। বুধবাৰে পুৱা তেওঁৰ হেলিকপ্টাৰ অৱতৰণ কৰি থকাৰ সময়তে…
চৰ শোধাইছিল মালিকে! প্ৰতিশোধত পাঁচ বছৰীয়া পুত্ৰক অপহৰণ কৰি নিৰ্মম হত্যা ঘৰৰ গাড়ীচালকৰ
প্ৰতিশোধৰ ল’বলৈ হত্যা। দিল্লীৰ নাৰেলা অঞ্চলত সংঘটিত হৈছে এক নৃশংস ঘটনা। পিতৃৰ গাড়ীচালকৰ বিৰুদ্ধে এটি পাঁচ বছৰীয়া শিশুক অপহৰণ কৰি হত্যা কৰাৰ…
গুগলৰ সন্মুখত বিৰাট প্ৰত্যাহ্বান : OpenAI –এ মুকলি কৰিলে নতুন AI ৱেব ব্ৰাউজাৰ “Atlas”
মঙলবাৰে চেটজিপিটিৰ নিৰ্মাতা অ’পেনএআইয়ে প্ৰথমটো এআই চালিত ৱেব ব্ৰাউজাৰ “চেটজিপিটি এটলাছ” মুকলি কৰে। এই ৱেব ব্ৰাউজাৰটোৱে এতিয়া গুগলৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয়…