NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

কৰ্ণাটকত নিৰ্মাণ কৰা হ’ব জুবিন গাৰ্গৰ স্মৃতিসৌধ : আদ্যশ্ৰাদ্ধত উপস্থিত হৈ জনালে উপ-মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰে

কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে আজি যোৰহাটত অনুষ্ঠিত আদ্যশ্ৰাদ্ধত উপস্থিত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি…

এন ই নাও নিউজ, গুৱাহাটী · October 1, 2025 9:45 pm
অসম

শ্যামকানুৱে মোৰ লগতো অন্যায় কৰিছিল, ছবি আঁকিবলৈ মাতি মাননি দিয়া নাছিল” : চিত্ৰশিল্পী পান্না বৰ্মনৰ অভিযোগ

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱাৰ পিছতেই মুখ খুলিছে জুবিন গাৰ্গৰ…

এন ই নাও নিউজ, গুৱাহাটী · October 1, 2025 8:45 pm
ত্ৰিপুৰা

উৎসৱৰ বতৰত কাৰাগাৰৰ পৰা পলায়ন ৬ কুখ্যাত অপৰাধী : ত্ৰিপুৰাত চাঞ্চল্যকৰ ঘটনা

শাৰদীয় দুৰ্গা উৎসৱৰ মাজতে ত্ৰিপুৰাৰ এখন কাৰাগাৰত সংঘটিত হয় ভয়ানক সংঘৰ্ষ। কাৰাগাৰৰ কৰ্মচাৰীক প্ৰহাৰ কৰি পলায়ন ৬ জন অপৰাধীৰ। ইয়াৰে এজন বাংলাদেশী…

এন ই নাও নিউজ, গুৱাহাটী · October 1, 2025 7:45 pm
দেশ

আৰ এছ এছৰ শতবাৰ্ষিকী উপলক্ষে মোডীয়ে মুকলি কৰে ডাক টিকট আৰু মুদ্ৰা : সংঘৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে নতুন ডাক টিকট আৰু ১০০ টকীয়া স্মৃতিচাৰণ মুদ্ৰা। ভাৰতীয় সংস্কৃতি ৰক্ষা…

এন ই নাও নিউজ, গুৱাহাটী · October 1, 2025 6:45 pm
অসম

বিফল অঙ্গীকাৰ! ন্যায়ৰ পূৰ্বেই ধৰ্মঘট সামৰিলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদত নমা অখিল গগৈয়ে

অখিল গগৈয়ে সামৰিলে অৱস্থান ধৰ্মঘট। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত চচলত অকলেই ধৰ্মঘটত বহিছিল অখিল গগৈয়ে। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অবিৰতভাবে এই প্ৰতিবাদ…

এন ই নাও নিউজ, গুৱাহাটী · October 1, 2025 5:45 pm
দেশ

বৃদ্ধস্য তৰুণী ভাৰ্যা! ৭৫ বছৰীয়া বৃদ্ধই বিয়া কৰালে ৩৫ বছৰীয়া মহিলাক : ফুলশয্যা নিশাৰ পূৰ্বেই মৃত্যু স্বামীৰ

উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ কুচমুচ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিয়াৰ পিছদিনাই মৃত্যু হয় সাংগুৰুৰাম নামৰ ৭৫ বছৰীয়া এজন ব্যক্তিৰ। এবছৰ…

এন ই নাও নিউজ, গুৱাহাটী · October 1, 2025 4:45 pm
অসম

গায়ন-বায়ন, নাম-প্ৰসংগেৰে মুখৰিত যোৰহাট : মুষলধাৰ বৰষুণক নেওচি হাজাৰ-হাজাৰ জুবিন গাৰ্গক গুণমুগ্ধই জনালে শ্ৰদ্ধাঞ্জলি

আজি যোৰহাটত অনুষ্ঠিত হৈছে অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। ৩০০ গায়ন বায়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছে উজনিবাসীয়ে। হৰিনামেৰে মুখৰিত হৈছে যোৰহাটৰ খেলপথাৰ।…

এন ই নাও নিউজ, গুৱাহাটী · October 1, 2025 3:48 pm
অসম

ডিব্ৰুগড়ৰ কৰুণ পথ দুৰ্ঘটনা! মহিলাসহ তিনিজনৰ প্ৰাণ হানি

আজি পুৱা লেপেটকাটাৰ চেচা মৈদামৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত তিনি জন লোকে প্ৰাণ হেৰুৱায়। জানিব পৰা মতে,…

এন ই নাও নিউজ, গুৱাহাটী · October 1, 2025 2:30 pm
Popular Stories

ট্ৰাম্পৰ গাজাৰ প্ৰস্তাৱৰ সমৰ্থন, মোদীৰ বাৰ্তা ‘ৰিপোষ্ট’ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে!

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গাজাৰ যুদ্ধ বন্ধ কৰাৰ বাবে ২০ দফীয়া প্ৰস্তাৱ দাখিল কৰিছে। ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক আদৰণি জনাইছে।…

এন ই নাও নিউজ, গুৱাহাটী · October 1, 2025 1:27 pm
Popular Stories

অত্যন্ত জ্বৰ! কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক চিকিৎসালয়ত ভৰ্তি

কংগ্ৰেছৰ ৰাষ্ট্ৰপতি মালিকাৰ্জুন খাৰ্গেক গুৰুতৰভাৱে অসুস্থ হৈ পৰা বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়। খবৰ ওলাইছে যে মঙলবাৰে নিশা বেংগালুৰুৰ মিছ ৰামাইয়া হাস্পতালত…

এন ই নাও নিউজ, গুৱাহাটী · October 1, 2025 12:23 pm