Author: এন ই নাও নিউজ, গুৱাহাটী
ট্ৰাম্পৰ গাজাৰ প্ৰস্তাৱৰ সমৰ্থন, মোদীৰ বাৰ্তা ‘ৰিপোষ্ট’ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে!
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গাজাৰ যুদ্ধ বন্ধ কৰাৰ বাবে ২০ দফীয়া প্ৰস্তাৱ দাখিল কৰিছে। ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক আদৰণি জনাইছে।…
অত্যন্ত জ্বৰ! কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক চিকিৎসালয়ত ভৰ্তি
কংগ্ৰেছৰ ৰাষ্ট্ৰপতি মালিকাৰ্জুন খাৰ্গেক গুৰুতৰভাৱে অসুস্থ হৈ পৰা বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়। খবৰ ওলাইছে যে মঙলবাৰে নিশা বেংগালুৰুৰ মিছ ৰামাইয়া হাস্পতালত…
ভাৰতৰ প্ৰখ্যাত পৰিৱেশবিদ ৰবি চোপ্ৰাৰ সৈতে নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ সাক্ষাৎকাৰ
ভাৰতৰ প্ৰখ্যাত পৰিৱেশবিদ ৰবি চোপ্ৰাৰ সৈতে নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ সাক্ষাৎকাৰ 📍হিমালয়ৰ পৰিৱেশ ৰক্ষা কৰিব পাৰিম বুলিয়ে মই উচ্চতম ন্যায়ালয়ৰ…
ফিলিপাইনছত ৬.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত ৬৯ জন লোকৰ মৃত্যু; ১৫০ জনতকৈ অধিক আহত
বুধবােৰে এক ভয়ংকৰ ভূমিকম্পৰ ফলত ফিলিপাইনছৰ জনজীৱনলৈ স্থবিৰতা নামি আহিছে৷দেশখনৰ চৰকাৰী বিষয়াসকলে সংবাদ সংস্থা ৰয়টাৰক জনোৱা মতে, বুধবাৰে মধ্য ফিলিপাইনছত হোৱা ৬.৯…
অৱশেষত উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট সাংবাদিক ৰাজীৱ প্ৰতাপৰ মৃতদেহ, হত্যাৰ অভিযোগ পৰিয়ালৰ
উত্তৰাখণ্ডৰ উত্তৰকাশীত নিৰুদ্দিষ্ট হোৱা বিশিষ্ট সাংবাদিক ৰাজীৱ প্ৰতাপৰ মৃতদেহ যোছিয়াৰা হ্ৰদৰ পৰা উদ্ধাৰ কৰা হয়। ওঠৰ ছেপ্টেম্বৰৰ নিশাৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল…
বিহাৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে! বাদ পৰিল প্ৰায় ৪৭ লাখ নাম
বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ কঠোৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মঙলবাৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে নিৰ্বাচন আয়োগে। নতুন তালিকাত প্ৰায়…
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ, ক’ৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল দুয়োকে?
অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে CIDএ। ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হওতেই গ্ৰেপ্তাৰ শ্যামকানুক। নিশা ১২.৩০বজাত গ্ৰেপ্তাৰ কৰে শ্যামকানু মহন্তক।…
এসপ্তাহতেই দুবাৰকৈ উদগীৰণ : পুনৰ সক্ৰিয় ভাৰতৰ একমাত্ৰ আগ্নেয়গিৰি
এসপ্তাহত দুবাৰকৈ আগ্নেয় উদগীৰণ ঘটিছে ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিত। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ নিৰ্জন বেৰেন দ্বীপত ১৩ আৰু ২০ ছেপ্টেম্বৰত দুবাৰকৈ লাভা…
মৰিগাঁৱত স্থানীয় সাংবাদিকক আক্ৰমণ : সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি
দুৰ্গাপূজাৰ সপ্তমীৰ নিশা মৰিগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। মৰিগাঁৱৰ মায়ঙৰ এগৰাকী স্থানীয় সংবাদকৰ্মী হিমাংশু তামুলীক দুৰ্বিত্তই আক্ৰমণ কৰে। জানিব পৰা মতে,…
“আইনক নিজৰ কাম কৰিবলৈ দিয়ক” : জুবিন অনুৰাগীক হাতযোৰ কৰিলে গৰিমা শইকীয়াই
প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলক আইন হাতত তুলি নল’বলৈ আহ্বান জনাইছে। আজি সংবাদ মাধ্যমৰ…