Author: এন ই নাও নিউজ, গুৱাহাটী
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ
সামাজিক মাধ্যমত প্ৰতিদিনে বিভিন্ন ধৰণৰ ভিডিঅ’ভাইৰেল হৈ থাকে। নেটিজেনসকল বহুতৰে সৃষ্টিশীলতাত আপ্লুত হয়। কেতিয়াবা গানৰ, কেতিয়াবা নৃত্যৰ, খেলৰ, দুঃসাহসিক কামৰ ভিডিঅ’ৰ প্ৰতি…
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়
বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ বৈধতা সন্দৰ্ভত অহা ৭ অক্টোবৰত চূড়ান্ত শুনানি অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ…
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সামৰি কালি উভতি গৈছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বিষয়ে আমি কি ক’ম? ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ…
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ
জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিভুক্ত স্বায়ত্তশাসনৰ দাবীত মৰাণ জনগোষ্ঠীয়ে আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ। সদৌ মৰাণ ছাত্ৰ সন্থাৰ…
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা
বিগত কিছুদিন ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত অসমৰ একাধিক জিলাত বানপানীৰ সৃষ্টি হৈছে। গাঁও আৰু খেতিপথাৰ প্লাৱিত হৈ পৰিছে। বানাক্ৰান্ত পৰিয়ালসমূহ স্থানচ্যুত…
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ
১৯, ২০ আৰু ২১ ছেপ্টেম্বৰত গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব তিনিদিনীয়া ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ। সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতি…
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা
কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নুপুৰ বৰা আৰু তেওঁৰ সহযোগী বৰপেটাৰ লাট মণ্ডল সুৰজিৎ ডেকাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বিশেষ তদাৰকি শাখাই…
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ
অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ইণ্ডিয়া এ দলত স্থান লাভ কৰিছে। ২০২৫ চনৰ…
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক
অতীজৰে পৰা ভাৰতক সোণ-ৰূপৰ দেশ বুলি কোৱা হয়। বিভিন্ন সময়ত ভাৰতত উদ্ধাৰ হৈছে কেইবাটাও মূল্যৱান হীৰা। সংগ্ৰহালয়লৈ গৈ সোণ আৰু হীৰাৰে সজোৱা…
অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে
বনতাৰাক অপৰাধ মুক্ত কৰিলে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। গুজৰাটৰ জামনগৰত ৰিলায়েন্স ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ বনতাৰাৰ জীৱ-জন্তুৰ স্থানান্তৰ কৰণত সকলো প্ৰাসংগিক…