Author: এন ই নাও নিউজ, গুৱাহাটী
উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ
আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পূৰ্বে বাঁহৰ পৰা ৯৯.৭% বিশুদ্ধ ইথানল উৎপাদন কৰি প্ৰযুক্তিগত অগ্ৰগতি লাভ কৰিছে নুমলীগড় জৈৱ শোধনাগাৰে। ৩ ছেপ্টেম্বৰৰ এই সফল…
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী
চিপিআই(এম)ৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক, কেৰালাৰ বাওঁ-গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ প্ৰাক্তন শিক্ষা-সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী তথা প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ এম এ বেবী দুদিনীয়া কাৰ্যসূচী…
এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
আলিগড় মুছলিম বিশ্ববিদ্যালয় (এএমইউ)ৰ প্ৰথম মহিলা উপাচাৰ্য হিচাপে অধ্যাপিকা নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে দাখিল কৰা আবেদনত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে।…
ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ
ভাৰতৰ মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে মানি লৈছে যে ট্ৰাম্পৰ শুল্ক নীতিয়ে ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলাব। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ…
দক্ষিণ আফ্ৰিকাক ৩৪২ ৰানত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িলে ইংলেণ্ডে
লক্ষ্য আছিল ৪১৫ ৰানৰ। সেই লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই চাউথামপটনত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত মাত্ৰ ৭২ ৰানত অল আউট হয়। ইংলেণ্ডে ৩৪২…
পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না
এক হৃদয় বিদাৰক ঘটনা। দৰিদ্ৰতাই মানুহক কিদৰে পথভ্ৰষ্ট কৰিব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ শেহতীয়াকৈ পোহৰলৈ আহিছে । মাত্ৰ ৫০ হাজাৰ টকাত…
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ
কিংবদন্তি কণ্ঠশিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন সোমবাৰৰ পৰা অসমত আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত…
পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ
আন এখন গ্ৰেণ্ড শ্লেমৰ ফাইনেল। আকৌ এবাৰ জানিক ছিনাৰ আৰু কাৰ্লোছ আলকাৰাজৰ সন্মুখ সমৰ। এই ছবিখন এতিয়া ক্ৰীড়াপ্ৰেমীৰ বাবে চিনাকি হৈ পৰিছে।…
মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ট্ৰাম্পৰ বন্ধুত্বৰ বাবে ভাৰতৰ ক্ষতিৰ সন্মুখীন হৈছে। ইয়াৰ মূল্যও দিব লগা হৈছে দেশে। এয়া কংগ্ৰেছ সাংসদ মল্লিকাৰ্জুন খাৰ্গেৰ…
কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত
ভাৰতীয় হকী দলটোৱে ৰাজগীৰ হকী ষ্টেডিয়ামত ইতিহাসৰ সৃষ্টি কৰিছে। এছিয়া কাপ ২০২৫ৰ ফাইনেলত কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ দখল…