Author: এন ই নাও নিউজ, গুৱাহাটী
ইতিহাস ৰচনা ভাৰতৰ অনুপৰ্ণা ৰায়ৰ, ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন
বিশ্বৰ অন্যতম প্ৰতিষ্ঠিত চিনেমা প্ৰদৰ্শনী ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি পৰে। শনিবাৰে বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাণৰ শ্ৰেষ্ঠসকলক উদযাপন…
ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ
দেওবাৰে মহানগৰীৰ ভিআইপি ৰোডৰ বৰবাৰীৰ এটা গেষ্ট হাউছৰ পৰা দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এক সন্দেহযুক্ত হত্যা-আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে। মৃতদেহ দুটা…
জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক
বঙাইগাঁৱৰ অভয়াপুৰী মহাবিদ্যালয়ত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পশ্চিম মণ্ডল আন্তঃ মহাবিদ্যালয়, যুৱ মহোৎসৱৰ মুকলি সভাত উপস্থিত থাকি বিশেষ মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। শনিবাৰে…
কংগ্ৰেছে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? সিদ্ধান্ত হ’ল ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত
আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত আসন ভাগ-বতৰা সন্দৰ্ভত আলোচনা তীব্ৰ গতিত আগবাঢ়িছে। সূত্ৰ অনুসৰি বিহাৰৰ ২৪৩খন বিধানসভাৰ আসনৰ…
ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সাক্ষাতৰ ছবি তেওঁৰ এক্স হেণ্ডেলত প্ৰকাশ কৰে। যদিও দুয়োৰে…
ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চৰকাৰে আয়োজন কৰা ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ উদযাপন কৰি অসমৰ…
কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ
চাহাৰা ইণ্ডিয়া (ছাহাৰা) পৰিৱাৰৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰায়ৰ পত্নী স্বপ্না ৰায় আৰু পুত্ৰ সুশান্ত ৰায়ৰ বিৰুদ্ধে ১.৭৪ লাখ কোটি টকাৰ আৰ্থিক কেলেংকাৰীৰ গোচৰত…
বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল
ভাৰত চৰকাৰে বিজয় মালিয়া আৰু নীৰৱ মোডীকে ধৰি হাই-প্ৰফাইল পলাতকসকলক প্ৰত্যাৰ্পণৰ চেষ্টা চলাইছে। সেই প্ৰক্ৰিয়াৰ অংশ হিচাপে ব্ৰিটেইনৰ ক্ৰাউন প্ৰচিকিউচন চাৰ্ভিচৰ এটা…
ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ
আমেৰিকাৰ আমাণ্ডা এনিছিমোভাক ষ্ট্ৰেইট ছেটত পৰাস্ত কৰি ইউ এছ অ’পেনৰ মুকুট সফলতাৰে ৰক্ষা কৰে আৰিনা ছাবালেংকাই। ৬ ছেপ্টেম্বৰ শনিবাৰে আৰ্থাৰ এশ্বে ষ্টেডিয়ামত…
সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ
ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আন এটা কমাণ্ডো বেটেলিয়ন শিবিৰ নিৰ্মাণৰ বাবে অসমৰ পৰিৱেশ আৰু বন বিভাগে অবৈধভাৱে অনুমোদন জনাইছে। সূত্ৰই জনোৱা মতে,…