NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ-পূব

ৱেইছ’ডং জলপ্ৰপাত আৰু ৰিয়াট আৰ্লিয়াং পাৰ্কিং লটৰ ভ্ৰমণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ মেঘালয় চৰকাৰৰ

যোৱা জুন মাহত ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা ৱেইছ’ডং জলপ্ৰপাত আৰু ছ’হৰা (চেৰাপুঞ্জী)ৰ ৰিয়াট আৰ্লিয়াং পাৰ্কিং লটত ৰাজহুৱা…

এন ই নাও নিউজ, গুৱাহাটী · September 6, 2025 12:37 pm
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষিত এলেকা ৪৭,৩৯১.৩৩ হেক্টৰ বৃদ্ধি কৰি অসম চৰকাৰে আনুষ্ঠানিকভাৱে অধিসূচনা জনাইছে। বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ…

এন ই নাও নিউজ, গুৱাহাটী · September 6, 2025 12:27 pm
অসম

কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কীৰ পুত্ৰ কিম এৰিছে তেওঁৰ শাৰীৰিক অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে ৮০…

এন ই নাও নিউজ, গুৱাহাটী · September 6, 2025 11:38 am
প্ৰতিৱেশী

পাকিস্তানৰ বিখ্যাত গায়িকা কুৰৰাতুলাইন বালোচক ভালুকৰ আক্ৰমণ : কথমপি প্ৰাণ ৰক্ষা

ভালুকৰ আক্ৰমণত আহত পাকিস্তানৰ বিখ্যাত গায়িকা কুৰৰাতুলাইন বালোচ। বৃহস্পতিবাৰে নিশা গিলগিট-বাল্টিস্তানৰ বিখ্যাত দেওছাই ৰাষ্ট্ৰীয় উদ্যানত নিজৰ দলৰ সৈতে শিবিৰ পাতি আছিল গায়িকাগৰাকী।…

এন ই নাও নিউজ, গুৱাহাটী · September 6, 2025 11:18 am
অসম

কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰে কৰ ফাঁকিৰ অভিযোগৰ দায়িত্ব গ্ৰহণ কৰি পদত্যাগ কৰিছে। শুকুৰবাৰে হঠাতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মানি লৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী…

এন ই নাও নিউজ, গুৱাহাটী · September 6, 2025 10:07 am
দেশ

এতিয়াৰে পৰা আৰু গৰকিব নালাগে কাৰ্যালয় : দেশজুৰি প্ৰৱৰ্ত্তন হ’ল অনলাইন ভূমি পঞ্জীয়ন ব্যৱস্থা :

দেশত ভূমি পঞ্জীয়নৰ বাবে এক বৃহৎ সংস্কাৰ আনিছে কেন্দ্ৰীয় চৰকাৰে। ৫ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশত প্ৰৱৰ্ত্তন কৰা হৈছে অনলাইন ভূমি পঞ্জীয়ন ব্যৱস্থা।…

এন ই নাও নিউজ, গুৱাহাটী · September 6, 2025 10:05 am
অসম

ছত্তীশগড়ত স্বাস্থ্য সেৱাত বৃহৎ সংকট; ২৫ কৰ্মীক বৰ্খাস্তৰ প্ৰতিবাদত ১৪ হাজাৰ কৰ্মীৰ পদত্যাগ

ৰাজ্য চৰকাৰৰ এক সিদ্ধান্তৰ বাবেই গভীৰ সংকটৰ সন্মুখীন হৈছে ছত্তীশগড় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্বাস্থ্য সেৱা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ২৫ জন আন্দোলনকাৰী কৰ্মচাৰীক…

এন ই নাও নিউজ, গুৱাহাটী · September 6, 2025 8:48 am
অসম

অচিনাকি মানুহে স্পৰ্শ কৰিব নোৱাৰে; তালিবানী আইনৰ বাবে মৃত্যুমুখত ভূমিকম্পত আহত কেইবাশ মহিলা

ভূমিকম্পৰ ৩৬ ঘন্টাৰ অন্তত যেতিয়া সাহায্য আৰু উদ্ধাৰকাৰী দলটোৱে আফগানিস্তানৰ প্ৰায় বিধ্বস্ত কুনাৰ প্ৰদেশত উপস্থিত হয়, তেতিয়া ১৯ বছৰীয়া বিবি আইছাই ভাবিছিল…

এন ই নাও নিউজ, গুৱাহাটী · September 6, 2025 7:38 am
জীৱনশৈলী

এইচ আই ভি কি? ভয়ানক এইডছ ৰোগৰ বিষয়ে জানো আহক কিছু গুৰুত্বপূৰ্ণ কথা

এইচ আই ভি (Human Immunodeficiency Virus) এটা ভয়ংকৰ ভাইৰাছ যি মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰে আৰু দুৰ্বল কৰি পেলায়। এই ভাইৰাছে…

এন ই নাও নিউজ, গুৱাহাটী · September 6, 2025 6:30 am
অসম

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

“কা” আইনতকৈও ভয়াৱহ সিদ্ধান্তৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ দেশলৈ অহা বাংলাদেশ, পাকিস্তান, আফগানিস্থান আদি দেশৰ পৰা অহা বিদেশী লোকক…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 9:32 pm