NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ আশে-পাশে থকা গাঁওসমূহত চলাই থকা বা চলাব খোজা উচ্ছেদ অভিযানত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ অনুমতি প্ৰদান কৰি স্থানচ্যুতিৰ…

এন ই নাও নিউজ, গুৱাহাটী · August 22, 2025 5:29 pm
Popular Stories

বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

যেন ভূতৰ মুখত ৰামনাম। সেয়াও বিধানসভাত। কংগ্ৰেছ শাসিত কৰ্ণাটকৰ অধিৱেশনৰ সময়ত ভাষণ দিবলৈ উঠি অহা শিৱকুমাৰে বিধানসভাত আৰ এছ এছৰ প্ৰাৰ্থনা গীত…

· August 22, 2025 4:28 pm
অসম

উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

 অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত মধুপুৰৰ অসম বন বিভাগৰ অস্থায়ী শিবিৰত বৃহস্পতিবাৰে নিশা চাৰিজন নগা ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। মধুপুৰৰ সমীপত অসামৰিক সাজ-পোছাক পৰিধান…

এন ই নাও নিউজ, গুৱাহাটী · August 22, 2025 4:24 pm
আন্ত: ৰাষ্ট্ৰীয়

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে যদি হামাছে অস্ত্ৰ ত্যাগ কৰি সকলো পণবন্দীক মুকলি কৰি দিবলৈ সন্মত নহয় তেন্তে গাজা চহৰ…

এন ই নাও নিউজ, গুৱাহাটী · August 22, 2025 3:46 pm
Popular Stories

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

শুকুৰবাৰে বংগত ভৰি দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ আগতে তেওঁ বিহাৰ বিধানসভা নিৰ্বাচনৰ সন্মুখত কেইবাটাও বিত্তীয় পেকেজ ঘোষণা কৰিছিল। অৱশ্যে আজি গয়াত…

এন ই নাও নিউজ, গুৱাহাটী · August 22, 2025 1:58 pm
অসম

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ)ৰ পৰা ৰাস্তাৰ কুকুৰবোৰ আঁতৰোৱাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্দেশৰ সংশোধন কৰিছে। শুকুৰবাৰে ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা…

এন ই নাও নিউজ, নতুন দিল্লী · August 22, 2025 1:01 pm
Popular Stories

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

আজি উচ্চতম ন্যায়ালয়ে বিএনএছৰ ১৫২ ধাৰাত অসম আৰক্ষীয়ে পঞ্জীয়ন কৰা এফআইআৰত অনলাইন নিউজ পৰ্টেল-দ্য ৱায়াৰৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কনছালটিং ইডিটৰ-কৰণ…

এন ই নাও নিউজ, গুৱাহাটী · August 22, 2025 12:46 pm
Popular Stories

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

ভাৰতীয় জাতীয় কংগ্ৰেছক ৰাজনৈতিক দল হিচাপে পঞ্জীয়ন বাতিল কৰাৰ লগতে দলৰ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত চলি থকা “ভোট-চুৰি” অভিযানৰ…

এন ই নাও নিউজ, গুৱাহাটী · August 22, 2025 12:15 pm
অসম

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

আৰ এছ এছৰ নেতা তথা আৰ এছ এছৰ উত্তৰ অসম প্ৰান্তৰ সহ বৌদ্ধিক প্ৰমুখ কৌশিক শৰ্মাক সৰভোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চাকৰিৰ নামত…

এন ই নাও নিউজ, সৰভোগ · August 22, 2025 11:38 am
অসম

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

প্ৰবাসী ভাৰতীয় উদ্যোগপতি, জন হিতৈষী আৰু দানবীৰ লৰ্ড স্বৰাজ পলৰ বৃহস্পতিবাৰে সন্ধিয়া লণ্ডনৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ বয়স আছিল ৯৪ বছৰ।…

এন ই নাও নিউজ, গুৱাহাটী · August 22, 2025 10:31 am