NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, নতুন দিল্লী

অসম

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে বৃহস্পতিবাৰে ৰাজ্যপালসকলে বিধেয়ক পেলাই ৰখাৰ বিষয়ত মৌখিক প্ৰশ্ন উত্থাপন কৰে যে ৰাজ্যপালসকলে বিধেয়কসমূহ অনিৰ্দিষ্টকাললৈ বন্ধ কৰি ৰাখিব…

এন ই নাও নিউজ, নতুন দিল্লী · August 21, 2025 8:49 pm
অসম

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

বৰ্তমানৰ আৰ্থ সামাজিক তথা ৰাজনৈতিক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বোকাখাতবাসী ৰাইজৰ লগত বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে আজি (বৃহস্পতিবাৰে) ঐতিহাসিক…

এন ই নাও নিউজ, গুৱাহাটী · August 21, 2025 7:25 pm
অসম

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

প্ৰথমবাৰৰ বাবে ১৮ বছৰৰ ওপৰৰ লোকৰ বাবে অসমত আধাৰ কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত ব্যাপক বাধা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ…

এন ই নাও নিউজ, গুৱাহাটী · August 21, 2025 6:42 pm
অসম

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই পৰিস্থিতিত ভাৰতে দীৰ্ঘদিনীয়া ‘বাণিজ্যিক বন্ধু’ ৰাছিয়াৰ ওচৰ…

এন ই নাও নিউজ, গুৱাহাটী · August 21, 2025 5:54 pm
অসম

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

ক্ৰিকেট অনুৰাগীৰ মাজত ভাৰতৰ এছিয়া কাপৰ দলক লৈ চৰ্চা চলি আছে। তাৰ মাজতে খবৰৰ শিৰোনামত অজিংক্য ৰাহানে। নতুন ঘৰুৱা ক্ৰিকেট ছিজন আৰম্ভ…

এন ই নাও নিউজ, গুৱাহাটী · August 21, 2025 4:41 pm
অসম

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান কৰিলে আদালতে। হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায়দান কৰিছে ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে৷…

এন ই নাও নিউজ, গুৱাহাটী · August 21, 2025 3:45 pm
অসম

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

দিল্লীত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘৰৰ পৰা উদ্ধাৰ হৈছে এহাল আদবয়সীয়া দম্পতী আৰু তেওঁলোকৰ ২৪ বছৰীয়া পুত্ৰৰ ক্ষতবিক্ষত আৰু…

এন ই নাও নিউজ, নতুন দিল্লী · August 21, 2025 2:25 pm
Popular Stories

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

বাৰে বাৰে আপত্তিজনক মেছেজ প্ৰেৰণ, তদুপৰি হোটেললৈ মাতি ফোন কৰে! মালয়ালম অভিনেত্ৰী ৰেনী এন্নে জৰ্জে এগৰাকী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ…

এন ই নাও নিউজ, গুৱাহাটী · August 21, 2025 2:15 pm
Popular Stories

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনে (এফ বি আই) ভাৰতত তেওঁলোকৰ “টেন মষ্ট ৱাণ্টেড ফিজিটিভছ” তালিকাৰ অন্যতম চিণ্ডী ৰড্ৰিগেজ সিঙক গ্ৰেপ্তাৰ কৰিছে। ৬ বছৰীয়া…

এন ই নাও নিউজ, গুৱাহাটী · August 21, 2025 1:39 pm
Popular Stories

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

মমতা বেনাৰ্জীকে ধৰি বিৰোধীৰ দীৰ্ঘদিনীয়া হেঁচা্ত সমস্যৰ সমাধান হৈছে। জীৱন আৰু স্বাস্থ্য বীমা সম্পূৰ্ণ কৰমুক্ত হোৱাৰ পথত আগবাঢ়িছে। বীমা মন্ত্ৰী গোটে বীমাক…

এন ই নাও নিউজ, গুৱাহাটী · August 21, 2025 12:16 pm