NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

বিভিন্নধৰণৰ পৰিস্থিতিৰ বাবে আজি শিশুৰ আচৰণৰ বিভিন্ন পৰিৱৰ্তন ঘটিছে। বহু সময়ত ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ মুখৰ ওপৰতে কথা কয়, কঠোৰ ভাষাত উত্তৰ দিয়ে, বা…

এন ই নাও নিউজ, গুৱাহাটী · August 18, 2025 7:34 am
Popular Stories

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

চিপিআই(এম) নেতৃত্বাধীন কেৰালাৰ বাঁওপন্থী চৰকাৰে তৃতীয় লিংগৰ ব‍্যক্তিসকলৰ বাবে ঘোষণা কৰিলে বাসস্থানৰ বিশেষ আঁচনি অহা ২১ আগষ্টত কোড়িকোড়ত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া ‘বৰ্ণপাকিট্টু’…

এন ই নাও নিউজ, গুৱাহাটী · August 17, 2025 11:43 pm
দেশ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা দিছে কৰ্ণাটকৰ কংগ্ৰেছ নেতা বি কে হৰিপ্ৰসাদে। ইফালে এই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে বিজেপিয়ে। বিজেপিয়ে কংগ্ৰেছৰ স্বভাৱ…

এন ই নাও নিউজ, গুৱাহাটী · August 17, 2025 9:46 pm
অসম

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এই লৈ ৰাজনৈতিক মহত সৃষ্টি হৈছে জল্পনা কল্পনা। ইয়াৰ মতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ১৭ আগষ্টত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল…

এন ই নাও নিউজ, গুৱাহাটী · August 17, 2025 9:12 pm
অসম

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

পোহৰলৈ আহিছে এক নতুন অনলাইন জালিয়াতিৰ তথ্য, নিমিষতে খালী হ’ব পাৰে আপোনাৰ বেংক একাউণ্ট । শেহতীয়াকৈ OneCard কোম্পানীয়ে গ্ৰাহকসকলক WhatsApp Screen Mirroring…

এন ই নাও নিউজ, গুৱাহাটী · August 17, 2025 8:30 pm
অসম

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিটিচিত অশান্তি বিচাৰে। সেইবাবে জুই লগোৱা ৰাজনীতি কৰিব বিচাৰিছে। আমি অসমৰ ল’ৰা-ছোৱালীক স্ক’লাৰশ্বিপ দিব খোজো। হিমন্ত বিশ্ব শৰ্মাই হাতত…

এন ই নাও নিউজ, গুৱাহাটী · August 17, 2025 8:13 pm
আন্ত: ৰাষ্ট্ৰীয়

পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

পাকিস্তানত সংঘটিত হৈছে ভয়ানক প্ৰাকৃতিক দুৰ্যোগ। বিগত কেইবাদিন ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণত বানৰ সৃষ্টি হৈছে। পাকিস্তান অন্তৰ্গত কাশ্মীৰত ক্ষন্তেকীয়া বানপানীৰ ফলত…

এন ই নাও নিউজ, গুৱাহাটী · August 17, 2025 7:58 pm
অসম

চাহ শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত নে? চৰকাৰ আৰু মালিকৰ উদাসীনতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

ভাৰতৰ স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকল শোষিত, নিষ্পেষিত। অসম ৰাজ্যিক সমিতিৰ ভাৰতীয় চাহ মাজদুৰ সংঘৰ সভাপতি এ ৰামা ৰাৱে…

এন ই নাও নিউজ, গুৱাহাটী · August 17, 2025 7:44 pm
ক্ৰীড়া

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

২০ বছৰৰ পাছত ২০৩০ চনত পুনৰ ভাৰতত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ। বুধবাৰে কেন্দ্ৰৰ পৰা অনুমতি লাভ কৰি ভাৰতে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখন আয়োজন…

এন ই নাও নিউজ, গুৱাহাটী · August 17, 2025 7:27 pm
দেশ

“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

পুনৰ বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগণা ৰাণাওট। এইবাৰ মহিলাৰ চৰিত্ৰ সম্পৰ্কে বিতৰ্কিত মন্তব্য আগবঢ়াইছে সাংসদ গৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে…

এন ই নাও নিউজ, গুৱাহাটী · August 17, 2025 6:52 pm